নগৰবেৰাৰ টুপামাৰীত চৰকাৰী চিকিৎসালয়ত অগ্নিকাণ্ডৰ ঘটনা। টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সংঘটিত হৈছে এক অগ্নিকাণ্ডৰ ঘটনা।স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰসৱ কক্ষত জুইৰ সূত্ৰপাত হয়।জুইৰ সূত্ৰপাত হোৱাৰ লগে লগেই […]
মালিবাৰী সত্ৰত চৰকাৰী ভূমি অবৈধ বেদখলকাৰী উচ্ছেদ চলাবলৈ ৰাইজৰ দাবী #উচ্ছেদৰ জাননীক কেন্দ্ৰ কৰি উদ্বেগ, পুনৰ ১৫ দিনৰ সময়সীমা প্ৰদান ৰাজহ চক্ৰ বিষয়াৰ
নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মালিবাৰী সত্ৰ গাঁৱত চৰকাৰী ভূমি দখলমুক্ত কৰাৰ প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি পুনৰ চৰ্চা আৰম্ভ হৈছে। নগৰবেৰা ৰাজহ চক্ৰৰ বিষয়াই জাৰি কৰা এক […]
টুপামাৰী পুনৰ আৰক্ষীৰ অভিযান ছাইবাৰ অপৰাধীৰ সন্দেহত দুজনক গ্ৰেপ্তাৰ
নগৰবেৰাৰ টুপামাৰীত পুণৰ চলিল চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত দুজনকৈ CSP ৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ। ধৃত হানিফ আলী আৰু ৰফিকুল ইছলাম।হানিফ আলীৰ ঘৰৰ পৰা ৭ […]
আগৰতলাত অনুষ্ঠিত ৮ম উত্তৰ-পূৱ পেনচাক চিলাট চেম্পিয়নশ্বিপত উজলিল নগৰবেৰাৰ দুগৰাকী গৰাকীকৈ সু-সন্তান
কামৰূপৰ নগৰবেৰাৰ পেনচাক চিলাট একাডেমীয়ে বৃহত্তৰ অঞ্চলটোলৈ গৌৱৰ কঢ়িয়াই আনিছে। ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত ৮ম উত্তৰ-পূৱ পেনচাক চিলাট চেম্পিয়নশ্বিপত উজলিল নগৰবেৰাৰ দুইগৰাকীকৈ সু সন্তান। প্ৰতিযোগিতাখনৰ তিনিটাকৈ […]
নগৰবেৰাৰ টুপামাৰীত ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৯৩ লাখ ৮ হাজাৰ দুইশ টকা, সোণৰ অলংকাৰ, বাহন আৰু বেংকৰ নথি পত্ৰ জব্দ
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।নগৰবেৰাৰ টুপামাৰীত আৰক্ষীৰ বৃহৎ অভিযান। জব্দ ৯৩ লাখ ৮ হাজাৰ দুইশ নগদ টকা, বৃহৎ পৰিমানৰ সোনৰ আ-অলংকাৰ, দুচকীয়া, […]
ছমৰীয়াৰ কুচিয়াদিয়া পথাৰ গাঁৱত চৰকাৰী ভূমিক কেন্দ্ৰ কৰি সংঘাত, কেইবাজনো আহত
কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত কুচিয়া দিয়া পথাৰ গাঁৱত চৰকাৰী ভূমিক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। সংঘাতৰ সময়ত মাৰপিটৰ […]
শিমলীতোলা চেগুনবাৰীত চাঞ্চল্যকৰ কাণ্ড, গাঁৱখনৰ এঘৰৰ বাৰাণ্ডাত যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ অভিযোগ
গোৱালপাৰাৰ শিমলীতোলা চেগুনবাৰী গাঁৱৰ প্ৰয়াত ভৈৰৱ দাসৰ ঘৰত ৰবিবাৰৰ পুৱাতেই এটা মৃতদেহ প্ৰত্যক্ষ কৰি অঞ্চলজুৰি চাঞ্চল্য বিয়পে।অভিযোগ মতে ভৈৰৱ দাসৰ বিধৱা পত্নী কল্যানী দাস মদ […]
চেঙাৰ নিৰালাচৰত ভয়ংকৰ অগ্নিকাণ্ড। প্ৰায় তিনি লক্ষাধিক টকাৰ ক্ষয় ক্ষতি
বৰপেটাৰ জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত নিচানৰচৰ গাঁৱত নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। গাঁওখনৰ ৰহিম বাদশ্বাৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত […]
টুপামাৰীত নিশা আৰক্ষীৰ অভিযান তিনি ছাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ, জব্দ বেংক পাছবুক, এটিএম-কার্ড, মোবাইল ফোন
ৰাজ্যত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ একচন আৰম্ভ। কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত টুপামাৰী আৰক্ষী চকীৰ এলেকাধীন ২ নং টুপামাৰীত (চক বজাৰ) ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে […]
চেঙাৰ আলোপতিচৰত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতি – শান্তিপুৰত আজি আলোপতি আৰক্ষীয়ে এক অভিযান চলাই ড্ৰাগছসহ দুগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব […]
