১৪, ১৫ আৰু ১৬ ছেপ্টেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে সমগ্ৰ অঞ্চলৰ লগতে নাজিৰা অঞ্চলতো ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰে ভক্তিভাৱে গণেশ চতুৰ্থী উদযাপন কৰা হৈছে। বিভিন্ন পূজা স্থানত […]
শিমলুগুৰিত এটিএম চুৰি চক্ৰৰ চাৰি সদস্য আটক
শিমলুগুৰি, ১২ ছেপ্টেম্বৰ: শিমলুগুৰিত এটিএম কাৰ্ড চুৰি কৰি বিভিন্ন লোকৰ বেংক একাউণ্টৰ পৰা ধন সৰকাই অহা এটা চুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। ডিমৌ আৰক্ষী […]
বহু সংখ্যক যুৱকৰ সৈতে অসমীয়া যুৱ মঞ্চ ত্যাগ কৰি বীৰ লাচিত সেনাত যোগদান বিষ্ণু শইকীয়াৰ
শিৱসাগৰ: শিৱসাগৰত বীৰ লাচিত সেনা, অসমৰ এক যোগদান কাৰ্যসূচীক কেন্দ্ৰ কৰি দেখা গ’ল ব্যাপক উৎসাহ। অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক বিষ্ণু শইকীয়াই সংগঠনটোৰ […]
অভয়-মানসৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত শিৱসাগৰ সদৰ থানাৰ সন্মুখত অৱস্থান বিক্ষোভ
শিৱসাগৰ, ৭ ছেপ্টেম্বৰ: বলিয়াঘাটৰ যুৱক অভয় হাজৰিকা আৰু মানস দাসৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত সোমবাৰে শিৱসাগৰ সদৰ থানাৰ সন্মুখত অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে […]
নাজিৰাত ৰাইজৰ দলৰ বিশাল গণসমাৱেশ তিনিটা মূল দাবী ভিত্তিত আজিৰ গণসমাৱেশ অনুষ্ঠিত কৰে
নাজিৰা, ৬ ছেপ্টেম্বৰ ২০২৬: ১৯ জুলাইত উজনি অসমত সংঘটিত হোৱা ভয়াৱহ মহাপ্ৰলয়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ প্ৰদান, প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান আৰু সমগ্ৰ […]
নাজিৰাস্থিত ONGC মুখ্য কাৰ্যালয়ত অখিল গগৈ
নাজিৰাস্থিত ONGC মুখ্য কাৰ্যালয়ত আজি উপস্থিত হয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। নাজিৰা আৰু ইয়াৰ দাঁতিকাষৰীয়া বানবিধ্বস্ত অঞ্চলসমূহৰ সাম্প্ৰতিক পৰিস্থিতি, বানৰ ফলত হোৱা ব্যাপক ক্ষয়-ক্ষতি […]
অসমৰ বানপীড়িতৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আনফৰ ফাউণ্ডেচনৰ ২০ লাখ টকা
অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে আনফৰ ফাউণ্ডেচনৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। এই উপলক্ষে আনফৰ ফাউণ্ডেচনৰ প্ৰতিনিধি মোস্তাক […]
নাজিৰাৰ বানপীড়িতৰ কাষত আপৰ ৰাষ্ট্ৰীয় নেতা সঞ্জয় সিং
নাজিৰাত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ কাষত আজি উপস্থিত হয় আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং। বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে […]
নাজিৰাৰ কেইজনমান যুৱকৰ বানপীড়িত পৰিয়ালৰ কাষত সহায়ৰ হাত
শেহতীয়া বানপানীয়ে নাজিৰা অঞ্চলৰ বহু পৰিয়ালৰ জীৱন-জীৱিকাত ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে নাজিৰাৰ একাংশ যুৱকে। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত আৰু আৰ্থিকভাৱে […]
নেপালীখুঁটি, বিহুবৰ আৰু সুন্দৰপুখুৰী বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ; ক্ষতিগ্ৰস্ত ৰাইজক সকলোধৰণৰ সহায়ৰ আশ্বাস
শিৱসাগৰ, ৩ আগষ্টঃ শিৱসাগৰ জিলাৰ বিহুবৰ, নেপালীখুঁটি আৰু সুন্দৰপুখুৰী আদি বানবিধ্বস্ত অঞ্চল আজি পৰিদৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বানৰ ভয়াবহতাৰ বাবে পথ-যোগাযোগ ব্যাহত […]
