আজি অসম চৰকাৰৰ মন্ত্ৰী, কৰ্মদক্ষ পিযুষ হাজৰীকা উপস্থিতিত ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰগাঁও মণ্ডল আৰু চাপৰমুখ-গৰুবাট মণ্ডলৰ উদ্যোগত অনুষ্ঠিত বৃহৎ যোগদান কাৰ্যসূচীত উপস্থিত থাকোঁ।

আজি অসম চৰকাৰৰ  মন্ত্ৰী, কৰ্মদক্ষ যুৱনেতা পিষুজ হাজৰীকা ডাঙৰীয়াৰ উপস্থিতিত ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰগাঁও মণ্ডল আৰু চাপৰমুখ-গৰুবাট মণ্ডলৰ উদ্যোগত অনুষ্ঠিত বৃহৎ যোগদান কাৰ্যসূচীত উপস্থিত থাকোঁ।

 মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা  বলিষ্ঠ নেতৃত্ব আৰু জনকল্যাণমুখী কৰ্মৰাজিৰ প্ৰতি আস্থা প্ৰকাশ কৰি কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ বহু নেতা-কৰ্মী আৰু সমৰ্থকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে৷ তেখেতসকলক আমাৰ বিজেপি পৰিয়াললৈ আদৰণি জনালোঁ।

এই বৃহৎ যোগদানে ৰাইজৰ মাজত বিজেপিৰ প্ৰতি ক্ৰমবৰ্ধমান আস্থা আৰু  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা  নেতৃত্বৰ প্ৰতি থকা দৃঢ় জনসমৰ্থনৰ প্ৰতিফলন ঘটাইছে।

লগতে আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী দেৱাশীষ শৰ্মা  বিজয় নিশ্চিত কৰাৰ বাবে প্ৰতিগৰাকী দলীয় নেতা-কৰ্মীক সক্ৰিয় আৰু ঐক্যবদ্ধভাৱে ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাওঁ। জনতাৰ আশীৰ্বাদ আৰু কাৰ্যকৰ্তাসকলৰ অক্লান্ত প্ৰচেষ্টাৰে মিত্ৰজোঁটৰ বিজয় নিশ্চিত কৰি উন্নয়ন আৰু জনসেৱাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমি সংকল্পবদ্ধ।

সভাখনত ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলাৰ সভাপতি  সুবৰ্ণ সিং  বিধায়ক  পুলক গোঁহাই , উপ-নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ  প্ৰাৰ্থী  দেৱাশীষ শৰ্মা  বিজেপি অসম প্ৰদেশৰ সম্পাদক  অভিজিৎ নাথ লগতে দলৰ জ্যেষ্ঠ নেতা-কৰ্মীসকল উপস্থিত থাকে।

 

Leave a Reply

BP NEWS Live
Logo Wednesday, 16 September 2026
Login / Register