আজি চামগুৰি বিধানসভা সমষ্টিৰ গড়াজান মণ্ডলৰ উদ্যোগত ৰূপহী টাউনত আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত দেৱাশীষ শৰ্মা হৈ আয়োজিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰোঁ।
উক্ত কাৰ্যসূচীৰ লগতে ৰূপহী ছুপাৰী সন্থাৰ কাৰ্যালয়টিৰো শুভ উদ্বোধন কৰোঁ।
আগন্তুক উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত সক্ৰিয় জনসম্পৃক্ততাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰোঁ।
