উজনি অসমৰ বানপীড়িত ৰাইজৰ দুখ-দুৰ্দশাৰ সময়ত তেওঁলোকৰ কাষত থিয় দিয়াৰ মহান উদ্দেশ্যেৰে আজমল চি এছ আৰৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে নিজাববীয়াকৈ সংগ্ৰহ কৰা সাহায্যৰ ধনৰাশি সমূহ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমলে চমজি লয়।

সংগ্ৰহ কৰা এই সাহায্যৰ ধনৰাশিৰে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত ৰাইজৰ প্ৰয়োজনীয় সহায় আগবঢ়োৱা হ’ব।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register