উন্নয়নৰ নতুন বাৰ্তা লৈ ২ অক্টোবৰত পুনৰ ৰহালৈ আহিব মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা 

উন্নয়নৰ নতুন বাৰ্তা লৈ ২ অক্টোবৰত পুনৰ ৰহালৈ আহিব মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা 

দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এন ডি এ মনোনীত প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মা  সমৰ্থনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনী প্ৰচাৰ সভাত মাননীয় মুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰিব।

আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী জয়ন্ত মল্লবৰুৱা সৈতে সভাস্থলীত উপস্থিত হৈ সভাখনৰ প্ৰস্তুতিৰ বুজ লওঁ। মাননীয় মুখ্যমন্ত্ৰী  আগমনক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 30 September 2026
Login / Register