নগাঁও লোকসভা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ আনাৰুল ইছলামৰ
নগাঁও লোকসভা সমষ্টিৰ সম্ভাৱ্য উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি কাঞ্চনপুৰ গাঁৱৰ আনাৰুল হুছেইন ছাইদৰীয়াই দলীয় টিকট লাভ কৰিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে।
নগাঁও লোকসভা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ আনাৰুল ইছলামৰ