যমুনামুখ কামপুৰ সংযোগী পথটোৰ যি বিধ্বস্ত অৱস্হা বৰষুণৰ দিনত বালিৰ ট্ৰাকসমূহ চলাচল বন্ধ কৰিৱ লাগে

Screenshot

এই যমুনামুখ কামপুৰ সংযোগী পথটোৰ যি বিধ্বস্ত অৱস্হা বৰষুণৰ দিনত বালিৰ ট্ৰাকসমূহ চলাচল বন্ধ কৰিৱ লাগে ? অসম মালাৰ পথ নিৰ্মাণ হৈ থকা বাৱে যাতায়ত ব‍্যৱস্হা কিছু ব‍্যহত হৈছে
কিন্তু বৰষুণৰ দিনত বালিৰ অত‍্যাধিক বোজাই কঢ়িওৱা ডামপাৰ সমূহৰ বাৱে গোটেই ৩/৪ কিলোমিটাৰ পথ বালিৰ গাড়ী চলাচল কৰা বাৱে বিধ্বস্ত অৱস্হা !
ইয়াৰ ফলত কোনো মানুহে নিজৰ বাহন / মটৰ চাইকেল খন লৈ যমুনামুখ বা চাংজুৰাই দিশে যাতায়ত কৰিৱ নোৱাৰে !!!

আজি এই মাত্ৰ যদি কহাঁৰ গাঁওলৈ প্ৰয়োজন হয় এখন Ambulance / fire brigade / 108 যাৱলৈ কোনো ব‍্যৱস্হা নাই !

ৰাইজৰ দাবী বালি গাড়ী সমূহৰ চলাচল বৰষুণৰ দিনত বন্ধ থাকিৱ লাগে.

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register