৯ নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ দলটোৰ নেতৃত্বৰ।

Oplus_16908288

কচুৱাৰ জুৰিৰপাৰত এ আই ইউ ডি এফৰ নিৰ্বাচনী  সভা

৯ নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ দলটোৰ নেতৃত্বৰ।

দিনে নিশাই সমষ্টিটোৰ চুকে-কোণে চলাই গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান।

সমষ্টিটোৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত এ আই ইউ ডি এফ দলৰ নেতা কৰ্মীয়ে মাৰাথন নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।

আজি সংসদীয় সমষ্টিটোৰ অন্তৰ্গত কচুৱাৰ জুৰিৰপাৰ পঞ্চায়তৰ অন্তৰ্গত মধ্য জুৰিৰপাৰত এ আই ইউ ডি এফ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়।

লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আজমলৰ পুত্ৰ অলিউল্লাহ আজমলে।

আজিৰ নিৰ্বাচনী সভাত এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সাধাৰণ সম্পাদক চম্পক কলিতা, ৰহা সমষ্টিৰ তত্ত্বাবধায়ক  আব্দুল হাই, নুপুৰ বৰ্ধন, ইছমাহিল আলী,  তাফাজুল ইছলাম,নুৰুল আমিন সহ অঞ্চলটোৰ বহু এ আই ইউ ডি এফ দলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।

Leave a Reply

BP NEWS Live
Logo Friday, 25 September 2026
Login / Register