সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বগীনদী আঞ্চলিক সমিতিৰ সভাপতি হিচাপে ৰাহুল উপাধ্যায়, সম্পাদক হিমাংশু শৰ্মা নিৰ্বাচিত, বিভিন্ন দল সংগঠনৰ শুভেচ্ছা জ্ঞাপন।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ অধীনৰ বগীনদী আঞ্চলিক সমিতিৰ সভাপতি হিচাপে ৰাহুল উপাধ্যায় আৰু সাধাৰণ সম্পাদক হিচাপে হিমাংশু শৰ্মা নিৰ্বাচিত হৈছে। আজি গোৰ্খা ছাত্ৰ সন্থাৰ বগীনদী আঞ্চলিক সমিতিৰ সাধাৰণ সভাত দুয়োগৰাকীক সভাপতি, সম্পাদক হিচাপে নিৰ্বাচিত কৰি নতুন আঞ্চলিক সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰা হয়। প্ৰাক্তন সভাপতি দীপু ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত এই নতুন সমিতিখন গঠন কৰা হয়।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register