লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ তথা কাকৈ সংৰক্ষিত বনখণ্ডৰ অন্তৰ্গত চিয়াজুলিৰ দীৰ্ঘা নাহৰবাৰীত পুনৰ আৰম্ভ হৈছে বনৰীয়া হাতীৰ উপদ্ৰব। জানিব পৰা মতে, কালি নিশা কাকৈ বনখণ্ডৰ অন্তৰ্গত দীৰ্ঘা বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে দীৰ্ঘা নাহৰবাৰী গাঁৱত কেইবাগৰাকী লোকৰ বাৰীত জেওৰা ভাঙি সোমাই কলগছ, তামোল গছ, নাৰিকল গছ ভাঙি খাই তহিলং কৰাৰ লগতে সজাল ধৰা পথাৰৰ ধান খাই নষ্ট কৰে। হাতীয়ে গাঁৱখনৰ মাধৱ ছেত্ৰী আৰু সূৰ্য্য বাহাদুৰ ৰাইৰ বাৰীত সোমাই তামোল, কল, নাৰিকল গছ খাই ভাঙি তহিলং কৰাৰ লগতে গোপাল ছেত্ৰীৰ ধাননি পথাৰত সোমাই ধান খাই নষ্ট কৰে।
Related Posts
চাপৰৰ ধীৰঘাটত ‘আশীৰ্বাদ হোটেল’ত চুৰিকাণ্ড: লৈ গ’ল ৮টাকৈ গেছ চিলিণ্ডাৰ
- Anowar ali
- September 13, 2026
শ্বেয়াৰ কৰক: WhatsApp Facebook X Telegram চাপৰৰ ধীৰঘাটত ‘আশীৰ্বাদ হোটেল’ত চুৰিকাণ্ড: লৈ গ’ল ৮টাকৈ গেছ চিলিণ্ডাৰ চাপৰ: চাপৰৰ ধীৰঘাটস্থিত ‘আশীৰ্বাদ হোটেল’ত এক বৃহৎ চুৰিকাণ্ড সংঘটিত […]
নগৰবেৰাৰ উত্তৰ ৰাঙ্গাপানীত বিলাসী বাহনেৰে ছাগলী-ভেড়া চুৰিৰ চেষ্টা আৰক্ষীয়ে বাহনসহ ছাগলী-ভেড়া উদ্ধাৰ, চোৰ পলায়ন
- Abul Hussain
- September 8, 2026
শ্বেয়াৰ কৰক: WhatsApp Facebook X Telegram ৰাজ্যত পুণৰ বিলাসী বাহনেৰে ছাগলী চুৰিৰ ঘটনা।আৰক্ষীয়ে খেদি খেদি জব্দ কৰে চুৰি ছাগলী সহ বিলাসী বাহন, ঘটনাস্থলীৰ পৰা চোৰৰ […]
আজি বিয়লি ৫ বজাত ৰূপহী সমষ্টিৰ অন্তৰ্গত ফুটালজাৰ পঞ্চায়তৰ বিজেপি কাউন্সিলাৰ মলফুজা বেগম ডাঙৰীয়ানীৰ ঘৰৰ সন্মুখত এখন লোকসভা উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰো।
- Khairul Islam
- September 17, 2026
শ্বেয়াৰ কৰক: WhatsApp Facebook X Telegram আজি বিয়লি ৫ বজাত ৰূপহী সমষ্টিৰ অন্তৰ্গত ফুটালজাৰ পঞ্চায়তৰ বিজেপি কাউন্সিলাৰ মলফুজা বেগম ঘৰৰ সন্মুখত এখন লোকসভা উপ নিৰ্বাচনৰ […]
