নগাঁও লোকসভা সমষ্টিৰ শ্ৰদ্ধাৰ ৰাইজে সমাগত উপ-নিৰ্বাচনত এনডিএ মিত্ৰজোঁটৰ সৈতে থাকিব… আজি বিয়লি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভূৰবন্ধাত উপ-নিৰ্বাচনৰ এনডিএ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মা ডাঙৰীয়াৰ সমৰ্থনত অনুষ্ঠিত এক জনসভাত ৰাইজক সম্বোধন কৰোঁ। সভাত ৰাইজৰ অভূতপূৰ্ব উপস্থিতি আৰু ব্যাপক উৎসাহ-উদ্দীপনাই উপ-নিৰ্বাচনত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ বিজয়ৰ স্পষ্ট ইংগিত বহন কৰিছে। এনডিএ-ক দিয়া প্ৰতিটো ভোটেই উন্নয়নৰ পক্ষত দিয়া ভোট। সেয়েহে, অহা ৬ অক্টোবৰত প্ৰতিগৰাকী যোগ্য ভোটাৰক নিজৰ মূল্যৱান ভোট এনডিএ সমৰ্থিত প্ৰাৰ্থীগৰাকীৰ সপক্ষে প্ৰদান কৰি এনডিএ চৰকাৰৰ উন্নয়ন, প্ৰগতি আৰু সমৃদ্ধিৰ গৌৰৱময় যাত্ৰাৰ অংশীদাৰ হ’বলৈ আন্তৰিকতাৰে আহ্বান জনালোঁ। অগপৰ মৰিগাঁও জিলা সমিতিৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অগপৰ কাৰ্যকৰী সভাপতি তথা মাননীয় সতীৰ্থ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত ডাঙৰীয়া, অগপৰ জ্যেষ্ঠ নেতা তথা মাননীয় সাংসদ শ্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়া, অগপ আৰু বিজেপিৰ বিভিন্ন সাংগঠনিক স্তৰৰ জ্যেষ্ঠ বিষয়ববীয়া, কৰ্মকৰ্তা আৰু শুভাকাংক্ষীসকল তথা অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, দলৰ কৰ্মকৰ্তা, শুভাকাংক্ষীসকল উপস্থিত থাকে।

নগাঁও লোকসভা সমষ্টিৰ শ্ৰদ্ধাৰ ৰাইজে সমাগত উপ-নিৰ্বাচনত এনডিএ মিত্ৰজোঁটৰ সৈতে থাকিব…

 

আজি বিয়লি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভূৰবন্ধাত উপ-নিৰ্বাচনৰ এনডিএ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মা ডাঙৰীয়াৰ সমৰ্থনত অনুষ্ঠিত এক জনসভাত ৰাইজক সম্বোধন কৰোঁ। সভাত ৰাইজৰ অভূতপূৰ্ব উপস্থিতি আৰু ব্যাপক উৎসাহ-উদ্দীপনাই উপ-নিৰ্বাচনত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ বিজয়ৰ স্পষ্ট ইংগিত বহন কৰিছে।

 

এনডিএ-ক দিয়া প্ৰতিটো ভোটেই উন্নয়নৰ পক্ষত দিয়া ভোট। সেয়েহে, অহা ৬ অক্টোবৰত প্ৰতিগৰাকী যোগ্য ভোটাৰক নিজৰ মূল্যৱান ভোট এনডিএ সমৰ্থিত প্ৰাৰ্থীগৰাকীৰ সপক্ষে প্ৰদান কৰি এনডিএ চৰকাৰৰ উন্নয়ন, প্ৰগতি আৰু সমৃদ্ধিৰ গৌৰৱময় যাত্ৰাৰ অংশীদাৰ হ’বলৈ আন্তৰিকতাৰে আহ্বান জনালোঁ।

 

অগপৰ মৰিগাঁও জিলা সমিতিৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অগপৰ কাৰ্যকৰী সভাপতি তথা মাননীয় সতীৰ্থ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত অগপৰ জ্যেষ্ঠ নেতা তথা মাননীয় সাংসদ শ্ৰী ফণীভূষণ চৌধুৰী অগপ আৰু বিজেপিৰ বিভিন্ন সাংগঠনিক স্তৰৰ জ্যেষ্ঠ বিষয়ববীয়া, কৰ্মকৰ্তা আৰু শুভাকাংক্ষীসকল তথা অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, দলৰ কৰ্মকৰ্তা, শুভাকাংক্ষীসকল উপস্থিত থাকে।

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register