আজি ৰূপহী সমষ্টিৰ অন্তৰ্গত গদাইমাৰী পঞ্চায়তত আজি আমাৰ বিজেপি দলৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ।

আজি ৰূপহী সমষ্টিৰ অন্তৰ্গত গদাইমাৰী পঞ্চায়তত আজি আমাৰ বিজেপি দলৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ।

দেৱাশীষ শৰ্মা  প্ৰতি ৰাইজৰ আদৰ,মৰম আৰু সঁহাৰিয়ে এই কথা প্ৰমাণ কৰে যে এইবাৰৰ নগাঁও লোকসভা উপ নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত ।

Leave a Reply

BP NEWS Live
Logo Sunday, 27 September 2026
Login / Register