আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া আৰু ৰহা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত শশীকান্ত দাস ডাঙৰীয়াই ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী পঞ্চায়তৰ অন্তৰ্গত তুলসী দেউৰী ৰাজহুৱা ভৱনত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত দেৱাশীষ শৰ্মা ডাঙৰীয়াৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই। সভাত জনতাৰ ব্যাপক উৎসাহ পৰিলক্ষিত হয়।

আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্লবৰুৱা আৰু ৰহা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত শশীকান্ত দাস ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী পঞ্চায়তৰ অন্তৰ্গত তুলসী দেউৰী ৰাজহুৱা ভৱনত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত দেৱাশীষ শৰ্মা  সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই। সভাত জনতাৰ ব্যাপক উৎসাহ পৰিলক্ষিত হয়।

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register