সমাগত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত নগাবন্ধা হাইস্কুল খেলপথাৰত ভাৰতীয় জনতা পাৰ্টি, আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী শ্ৰীযুত দেৱাশীষ শৰ্মা ডাঙৰীয়াৰ সমৰ্থনত মৰিগাঁও জিলা

সমাগত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত নগাবন্ধা হাইস্কুল খেলপথাৰত ভাৰতীয় জনতা পাৰ্টি, আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী শ্ৰীযুত দেৱাশীষ শৰ্মা ডাঙৰীয়াৰ সমৰ্থনত মৰিগাঁও জিলাৰ গৌৰৱ, অসম চৰকাৰৰ মন্ত্ৰী তথা জাগীৰোড বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পীয়ুষ হাজৰিকা ডাঙৰীয়াই হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰে।

উক্ত সভাত মন্ত্ৰী ডাঙৰীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক শ্ৰীযুত ৰাতুল শৰ্মা ডাঙৰীয়া, জিলা সভাপতি শ্ৰীযুত ৰাম প্ৰসাদ সৰকাৰ ডাঙৰীয়া, বৰছলা মণ্ডলৰ সভানেত্ৰী শ্ৰীযুতা কৰবী ডেকা ডাঙৰীয়ানীকে প্ৰমুখ্যে কৰি সন্মানীয় দলীয় কৰ্মকৰ্তা সকল আৰু পাঁচ হাজাৰতকৈ অধিক ৰাইজে অংশগ্ৰহণ কৰে।

 

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register