সমগ্ৰ অঞ্চলৰ লগতে নাজিৰা অঞ্চলতো গণেশ চতুৰ্থী উদযাপন

 ১৪, ১৫ আৰু ১৬ ছেপ্টেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে সমগ্ৰ অঞ্চলৰ লগতে নাজিৰা অঞ্চলতো ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰে ভক্তিভাৱে গণেশ চতুৰ্থী উদযাপন কৰা হৈছে। বিভিন্ন পূজা স্থানত […]

চুতীয়া উন্নয়ণ পৰিষদত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবীত গুৱাহাটীৰ চচলত আমৰণ অনশনেৰে প্ৰতিবাদ কৰি সফল হোৱা কুণ্ডিল সেনা অসমৰ কেন্দ্ৰীয় নেতৃত্বক লখিমপুৰৰ বগীনদীত আদৰণি।

চুতীয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে গঠন হোৱা চুতীয়া উন্নয়ণ পৰিষদত বিগত দিনসমূহত সংঘটিত সংঘটিত বিয়াগোম দুৰ্নীতিৰ তদন্তৰ দাবীত গুৱাহাটীৰ চচলত আমৰণ অনশন কৰি প্ৰতিবাদ সাব্যস্ত কৰা […]

নগৰবেৰাৰ টুপামাৰীত ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান  ৯৩ লাখ ৮ হাজাৰ দুইশ টকা, সোণৰ অলংকাৰ, বাহন আৰু বেংকৰ নথি পত্ৰ জব্দ

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।নগৰবেৰাৰ টুপামাৰীত আৰক্ষীৰ বৃহৎ অভিযান। জব্দ ৯৩ লাখ ৮ হাজাৰ দুইশ নগদ টকা, বৃহৎ পৰিমানৰ সোনৰ আ-অলংকাৰ, দুচকীয়া, […]

ছমৰীয়াৰ কুচিয়াদিয়া পথাৰ গাঁৱত চৰকাৰী ভূমিক কেন্দ্ৰ কৰি সংঘাত, কেইবাজনো আহত

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত কুচিয়া দিয়া পথাৰ গাঁৱত চৰকাৰী ভূমিক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। সংঘাতৰ সময়ত মাৰপিটৰ […]

ড্রেগন ফলৰ খেতিত নতুন আশাৰ বতৰা!

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী কুমাৰপাৰা গাঁৱৰ প্রগতিশীল কৃষক দৈমালু বসুমতাৰীৰ ড্ৰেগন ফলৰ খেতিপথাৰ পৰিদৰ্শন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী পিযুষ হাজৰিকাই। আধুনিক কৃষি পদ্ধতিৰে ড্ৰেগন ফলৰ […]

অসম আৰক্ষীত বৃহৎ নিযুক্তিৰ সম্ভাৱনা!

অসম আৰক্ষীৰ ৫ হাজাৰৰো অধিক খালী পদত নিযুক্তি হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্রীয়ে। লগতে লাচিত বৰফুকন পুলিচ একাডেমীক পূৰ্ণাংগ ৰূপ দিয়াৰ প্ৰচেষ্টা অব্যাহত থকাৰ কথাও […]

অবৈধ চুলাই মদৰ বিৰূদ্ধে বগীনদী আৰক্ষীৰ অভিযান, কদম গোহাঁই গাঁও, চিয়াজুলি দীৰ্ঘা মাজ গাঁওত অভিযান চলাই উচ্ছেদ কৰিলে কেইবাটাও চুলাই ভাতী, নষ্ট কৰিলে কেইবাশ লিটাৰ অবৈধ দেশী মদ ।

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদম গোহাঁই গাঁও আৰু চিয়াজুলিৰ দীৰ্ঘা মাজ গাঁওত আজি অবৈধ চুলাই মদৰ বিৰূদ্ধে অভিযান চলাই, কেইবাটাও চুলাই ভাতী উচ্ছেদ […]

শিমলীতোলা চেগুনবাৰীত চাঞ্চল্যকৰ কাণ্ড,  গাঁৱখনৰ এঘৰৰ বাৰাণ্ডাত যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ অভিযোগ 

গোৱালপাৰাৰ শিমলীতোলা চেগুনবাৰী গাঁৱৰ প্ৰয়াত ভৈৰৱ দাসৰ ঘৰত ৰবিবাৰৰ পুৱাতেই এটা মৃতদেহ প্ৰত্যক্ষ কৰি অঞ্চলজুৰি চাঞ্চল্য বিয়পে।অভিযোগ মতে ভৈৰৱ দাসৰ বিধৱা পত্নী কল্যানী দাস মদ […]

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ ডি ৰূপাৰ কাহিনী! ২০ বছৰত ৪০ বাৰ বদলি তথাপিও হাৰি যোৱা নাছিল

ভাৰতৰ গৌৰৱ মাধুৰা কৰ!

মাত্র ১৭ বছৰ বয়সতে ভাৰতীয় পাৱাৰলিফ্টাৰ মাধুৰা কৰে IPF World Sub-Junior & Junior Classic Powerlifting Championships-ৰ মহিলা Sub-Junior ৫২ কেজি শাখাত ৪টা সোণৰ পদক জয় […]

Latest Posts

View All

আজি ৰূপহী সমষ্টিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত নগাঁও জিলা যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়াৰ নেতৃত্বত আগন্তুক ৬ অক্টোবৰ তাৰিখে হ’বলগীয়া লোকসভা উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা জয় নিশ্চিত

আজি ৰূপহী সমষ্টিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত নগাঁও জিলা যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়াৰ নেতৃত্বত আগন্তুক…

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি নগাঁও-মৰিগাঁও জিলা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ বৈঠকত উপস্থিত থাকোঁ।

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি নগাঁও-মৰিগাঁও জিলা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ বৈঠকত উপস্থিত…

চাপৰৰ মাজমজিয়াত এখন নতুন সুৰাৰ বিপনী (Liquor Shop) খোলাৰ সিদ্ধান্তই স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি কৰিছে, যাৰ ফলত অঞ্চলটোত পুনৰ উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হৈছে।

চাপৰৰ মাজমজিয়াত এখন নতুন সুৰাৰ বিপনী (Liquor Shop) খোলাৰ সিদ্ধান্তই স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তোষৰ…

আগন্তুক ৬ অক্টোবৰত পদুম ফুলৰ চিহ্নত ভোট দি দেৱাশীষ শৰ্মা জয়যুক্ত কৰাৰ সংকল্প লয়। আমি আশাবাদী যে এক ইতিবাচক ফলাফলত ৰূপহী সমষ্টিৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব।

  আগন্তুক ৬ অক্টোবৰত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ ভোটদানৰ দিন। আজি ৰূপহী সমষ্টিৰ উপনিৰ্বাচনৰ মুখ্য কাৰ্যালয়…

BP NEWS Live
Logo Thursday, 17 September 2026
Login / Register