আজি চামগুৰি সমষ্টিৰ গড়াজান মণ্ডলৰ অন্তৰ্গত লাওগাঁও পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়টি আনুষ্ঠানিকভাৱে মুকলি কৰোঁ

আজি চামগুৰি সমষ্টিৰ গড়াজান মণ্ডলৰ অন্তৰ্গত লাওগাঁও পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়টি আনুষ্ঠানিকভাৱে মুকলি কৰোঁ।

আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি কাৰ্যকৰ্তাসকলৰ সৈতে নিৰ্বাচনী প্ৰস্তুতি আৰু ৰণকৌশল সন্দৰ্ভত আলোচনা কৰোঁ। ৰাইজৰ সক্ৰিয় সহযোগিতা আৰু কাৰ্যকৰ্তাসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে নিৰ্বাচনী প্ৰচাৰ অধিক শক্তিশালী কৰি তোলাৰ বাবে সকলোকে আহ্বান জনাওঁ।

Leave a Reply

BP NEWS Live
Logo Sunday, 27 September 2026
Login / Register