কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাবৰ উদ্যোগত বাৰ্ষিক প্ৰাইজমানী কাবাডী প্ৰতিযোগিতাৰ মহাৰণ। আজিৰ খেলখন উদ্ধোধন কৰে শিক্ষক আবুল কালাম আজাদে ।
কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাবৰ উদ্যোগত বাৰ্ষিক প্ৰাইজমানী কাবাডী প্ৰতিযোগিতাৰ উদ্বোধনী খেল উপভোগ কৰে অসংখ্য দৰ্শকে। কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰাইজমানী কাবাডী প্ৰতিযোগিতাখন। এই প্ৰাইজমানী কাবাডী প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে নগাঁও জিলাৰ কেইবাটাও দলে।কান্দা পাৰা ডাইমণ্ড ষ্টুডেণ্টন ক্লাৱৰ উদ্যোগত চলি থকা প্ৰাইজমানী কাবাডী প্ৰতিযোগিতা আজিৰ উদ্বোধনী খেলখন সভাপতিত্ব কৰে গিয়াছ উদ্দীন।
উদ্ধোধনী খেল খনত উপস্থিত থাকে এই অঞ্চলৰ বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে। নিৰ্ধাৰিত সময় ড্ৰ হোৱাত ট্ৰাইবেকাৰ প্ৰদ্বিতীৰে চূড়ান্ত খেলখন সমাপ্ত কৰা হয়। কৰে। এই ভিতৰোৱা অঞ্চলটোত অনুষ্ঠিত হোৱা চূড়ান্ত কাবাডী খেলৰ লগতে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অসংখ্য লোকৰ সমাগম হয়।
খেল খেলনৰ প্ৰথম পুৰস্কাৰ ট্ৰফি লগতে১০০০০টকা কেছমানি।
দ্বিতীয় পুৰস্কাৰ ট্ৰফি লগতে ৫০০০টকা কেচমানি ।
বাৰ্ষিক প্ৰাইজমানী কাবাডী প্ৰতিযোগিতাৰ মহাৰণ।
