ডিব্ৰুগড়ত স্বাস্থ্য মন্ত্ৰী অশোক সিংঘালৰ সংবাদমেল।

ডিব্ৰুগড়ত স্বাস্থ্য মন্ত্ৰী অশোক সিংঘালে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন বিষয়, জনসাধাৰণৰ বাবে স্বাস্থ্যসেৱাৰ সুবিধা আৰু বিভাগীয় কাম-কাজ সন্দৰ্ভত বিভিন্ন দিশত […]

মৰাণ জুনিয়ৰ কলেজত ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি

মৰাণ জুনিয়ৰ কলেজে গৌৰৱোজ্জ্বল ২৫ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। এই উপলক্ষে কলেজখনৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত […]

কম্বোডিয়ান সংগীৰ সৈতে বিবাহপাশত আৱদ্ধ হাৰিয়ানাৰ কুখ্যাত গেংষ্টাৰ মেইনপাল ধিল্লা

কম্বোডিয়ান সংগীৰ সৈতে বিবাহপাশত আৱদ্ধ হাৰিয়ানাৰ কুখ্যাত গেংষ্টাৰ মেইনপাল ধিল্লা বিবাহৰ পিছত পুনৰ কাৰাগাৰলৈ উভতি যায় ধিল্লা

মা মোক বুকুত গুৰিয়াইছে,

মা মোক বুকুত গুৰিয়াইছে, মোক মাৰিছে মা মই উশাহ ল’বলৈ টান পাইছো নিশা ২ বজাত মাতৃলৈ ফোন কৰি বন্ধুৱে অত্যাচাৰ কৰাৰ কথা জনাইছিল নিমিষা ঠাকুৰীয়াই […]

স্বাস্থ্য খণ্ড শক্তিশালী কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় কেন্সাৰ চেণ্টাৰৰ বিশেষ পদক্ষেপ, ব্লাড বেংক প্ৰযুক্তিবিদক দুদিনীয়া প্ৰশিক্ষণ

ৰাজ্যৰ স্বাস্থ্য খণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় কেন্সাৰ চেণ্টাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। কেন্দ্ৰটোত ব্লাড বেংক প্ৰযুক্তিবিদসকলৰ বাবে অনুষ্ঠিত হয় দুদিনীয়া ৰাজ্যিক পৰ্যায়ৰ […]

বহিঃৰাজ্যত ৰে’লৰ পৰা নমাই হত্যা অসমৰ এজন লোকক

বহিঃৰাজ্যত ৰে’লৰ পৰা নমাই হত্যা অসমৰ এজন লোকক পুত্ৰলৈ ফোন কৰি থকা অৱস্থাতে পশ্চিমবংগৰ মালদাত ৰে’লৰ পৰা নমাই হত্যা ধেমাজিৰ ৫৭ বছৰীয়া বিদ্যাধৰ পায়েঙক কেৰালাৰ […]

এক শৰণ হৰি নাম ধৰ্ম সমাজৰ প্ৰাক্তন পৰিচালক উপদেষ্টা অনন্ত দত্তৰ দেহাৱসান। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে অনন্ত দত্তই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ___ বছৰ। এক শৰণ হৰি নাম ধৰ্ম সমাজৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ সমাজৰ ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অনন্ত দত্ত পৰিচিত আছিল। তেওঁৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে পৰিয়াল, আত্মীয়-স্বজন, শুভাকাংক্ষী আৰু সমাজৰ বিভিন্নজনৰ মাজত শোকৰ ছাঁ পৰে। ইফালে, অনন্ত দত্তৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ পৰিৱেশে বিৰাজ কৰিছে। বিভিন্নজন সামাজিক আৰু ধৰ্মীয় ব্যক্তিয়ে তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁৰ বিয়োগ এক শৰণ হৰি নাম ধৰ্ম সমাজৰ লগতে সমগ্ৰ অঞ্চলটোৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে গুণমুগ্ধসকলে।

এক শৰণ হৰি নাম ধৰ্ম সমাজৰ প্ৰাক্তন পৰিচালক উপদেষ্টা অনন্ত দত্তৰ দেহাৱসান। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে অনন্ত […]

ৰাষ্ট্ৰীয় মঞ্চত অসম আৰক্ষীৰ জয়যাত্রা

ৰাষ্ট্ৰীয় মঞ্চত অসম আৰক্ষীৰ জয়যাত্রা শৰীৰৰ্চৰ্চা প্ৰতিযোগিতাত সোণৰ পদক দখল আৰক্ষী বিষয়া ৰিংকুমণি চেতিয়াৰ সৰ্বভাৰতীয় আৰক্ষী শৰীৰচৰ্চা প্ৰতিযোগিতা ২০২৬ত হাৰিয়ানাৰ মঞ্চত স্বৰ্ণ পদকেৰে উজলি উঠিল […]

বগীবিলত ভয়ংকৰ পথ দুর্ঘটনা

বগীবিলত ভয়ংকৰ পথ দুর্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই চলন্ত স্কুটাৰৰ ওপৰতে বাগৰি পৰিল সামগ্ৰী কঢ়িওৱা পিকআপ ভান দুৰ্ঘটনাত গুৰুতৰভাৱে আহত স্কুটী আৰোহী

আমষ্টাৰডামত বিশ্ব মঞ্চত ডিব্ৰুগড়ৰ অংকুৰ বৰকাকটি, ভাৰতক প্ৰতিনিধিত্ব কৰি Patient Safetyক লৈ বক্তব্য

ডিব্ৰুগড়ৰ বাবে পুনৰ এক গৌৰৱৰ খবৰ। বিশ্ব মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰিলে ডিব্ৰুগড়ৰ সন্তান অংকুৰ বৰকাকটিয়ে। Novartis-ৰ Head of Safety Case Processing হিচাপে কৰ্মৰত অংকুৰ বৰকাকটিয়ে […]

Latest Posts

View All

চিয়াজুলি পঞ্চায়তৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ্য কৰ্মচাৰী মুহিৰাম সোনোৱাল, ক বিদায় সম্বৰ্ধনা ।

লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত চিয়াজুলি পঞ্চায়তৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ্য কৰ্মচাৰী মুহিৰাম সোনোৱাল, ক আজি…

আজি যমুনামুখৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মত-বিনিময় কৰোঁ।

আজি যমুনামুখৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মত-বিনিময় কৰোঁ।  …

এই জনাদেশ কেৱল বিজয়ৰ আনন্দ নহয়, ই ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ এক বৃহৎ দায়িত্ব। নগাঁৱৰ উন্নয়ন, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে এই বিশ্বাসক সাৰোগত কৰি আমি আগবাঢ়ি যাম।

বেলটতো পদুম, ই ভি এমতো পদুম 🪷 নগাঁও লোকসভা উপ-নিৰ্বাচনত NDAৰ ঐতিহাসিক বিজয়ে পুনৰবাৰ প্ৰমাণ…

ৰহাৰ অগ্ৰণী শিক্ষানুষ্ঠান ‘ৰিজ’নেন্স বিদ্যাপীঠ’-ৰ দশম বৰ্ষপূৰ্তি আৰু নৱাগত আদৰণি সভাত উপস্থিত থাকি শিক্ষক-শিক্ষাৰ্থীসকলৰ সৈতে কিছু সময় অতিবাহিত কৰোঁ।

ৰহাৰ অগ্ৰণী শিক্ষানুষ্ঠান ‘ৰিজ’নেন্স বিদ্যাপীঠ’-ৰ দশম বৰ্ষপূৰ্তি আৰু নৱাগত আদৰণি সভাত উপস্থিত থাকি শিক্ষক-শিক্ষাৰ্থীসকলৰ সৈতে…

BP NEWS Live
Logo Tuesday, 20 October 2026
Login / Register