জুবিন গাৰ্গক নহয়, জিতুল সোণোৱালকহে ভালকৈ জানিছিল অভিমন্যু তালুকদাৰে

জুবিন গাৰ্গক নহয়, জিতুল সোণোৱালকহে ভালকৈ জানিছিল অভিমন্যু তালুকদাৰে ছিংগাপুৰ নিবাসী অভিমন্যু তালুকদাৰে নাজানিছিল জুবিন গার্গে লিখা গীতৰ সংখ্যাৰ কথা

৯ নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ দলটোৰ নেতৃত্বৰ।

কচুৱাৰ জুৰিৰপাৰত এ আই ইউ ডি এফৰ নিৰ্বাচনী  সভা ৯ নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী […]

🔥 ডিব্ৰুগড়ৰ উদয়পুৰত দোকানত ভয়ংকৰ অগ্নিকাণ্ড

ডিব্ৰুগড়ৰ উদয়পুৰত বৃহস্পতিবাৰে সন্ধিয়া এখন দোকানত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়। দোকানখনত জুইৰ লেলিহান শিখা দেখা পোৱাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ […]

OIL India-ত চাকৰি দিয়াৰ নামত ৩০ লাখ টকাৰ জালিয়াতিৰ অভিযোগ, ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্য

ডিব্ৰুগড়ত OIL India-ত চাকৰি দিয়াৰ নামত প্ৰায় ৩০ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ। এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বৰবৰুৱাৰ বাসিন্দা পাৰ্থপ্ৰতিম বাঘলাৰীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, […]

চাহ জনগোষ্ঠীৰ গৌৰৱময় সংস্কৃতি, ঐক্য আৰু পৰম্পৰাৰ এক বৰ্ণাঢ্য উৎসৱ

চাহ জনগোষ্ঠীৰ গৌৰৱময় সংস্কৃতি, ঐতিহ্য, একতা আৰু পৰম্পৰাক উদযাপন কৰি ২৮সংখ্যক ভাদৈ কৰম সন্মিলন এক বৰ্ণাঢ্য আৰু উলহ-মালহেৰে অনুষ্ঠিত হয়। এই সন্মিলনে চাহ জনগোষ্ঠীৰ সমৃদ্ধ […]

ডিব্ৰুগড়ৰ আমোলাপট্টীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত এজন

ডিব্ৰুগড়ৰ আমোলাপট্টীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত আহত লোকজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে […]

বিতর্কিত কয়লা ব্যৱসায়ী আব্দুল কাদেৰক গ্ৰেপ্তাৰ

বিতর্কিত কয়লা ব্যৱসায়ী আব্দুল কাদেৰক গ্ৰেপ্তাৰ যোগীঘোপাৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ SGST বিভাগৰ কাদেৰৰ বিৰুদ্ধে ৪৫ কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগ GST বিভাগে কেইবাদিনো ধৰি […]

ৰহাৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টিক আশীৰ্বাদ দিবলৈ ৰাইজ সম্পূৰ্ণ সাজু হৈছে, ই স্পষ্ট।

  অগ্ৰগামী ৰহা আমাৰ লক্ষ্য 🙏 আজি ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত দীঘলিআটি, চহৰী আৰু আমচৈ গাঁও পঞ্চায়তৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি সঁচাকৈয়ে আপ্লুত হ’লো। ৰহাৰ […]

খোৱাঙত দশম শ্ৰেণীৰ ছাত্ৰ সন্ধানহী।

খোৱাঙৰ দিখাৰি কিনাৰৰ সৰগফলা গাঁৱৰ পৰা দশম শ্ৰেণীৰ এজন ছাত্ৰ সন্ধানহীন। যোৱা ১৩ ছেপ্টেম্বৰৰ পৰা সুশীল কুমাৰ বৰা নামৰ ছাত্ৰজন নিৰুদ্দেশ হৈ আছে। ছাত্ৰজন নিৰুদ্দেশ […]

LPG লিকেজৰ ফলত জ্বলি ছাই বাসগৃহ, অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাকৈ ৰাইজে নিৰ্বাপণ কৰিলে জুই

নাহৰকটীয়া সমষ্টিৰ আচাবাম চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হয় এক অগ্নিকাণ্ড। জানিব পৰা মতে, বাবলু কালাৰ নামৰ লোকজনৰ বাসগৃহত জুই জ্বলাই থকা সময়তে LPG গেছ […]

Latest Posts

View All

টুপামাৰী আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ আৰু নৱাগত আদৰণি সভাৰ সফল সামৰণি

কামৰূপৰ ছমৰীয়া সমষ্টিৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান টুপামাৰী আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে…

খেৰডুবিত সাংস্কৃতিক সন্ধিয়াৰ নামত চলিছে মুকলি জুৱা খেল: প্ৰশাসনৰ নিৰ্লিপ্ততাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চাপৰ আৰক্ষী থানাৰ অধীনস্থ শালকোছা আৰক্ষী আউটপোষ্টৰ অন্তৰ্গত খেৰডুবিত সাংস্কৃতিক সন্ধিয়াৰ নামত…

খেৰডুবিত সাংস্কৃতিক সন্ধিয়াৰ নামত চলিছে মুকলি জুৱা খেল: প্ৰশাসনৰ নিৰ্লিপ্ততাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চাপৰ আৰক্ষী থানাৰ অধীনস্থ শালকোছা আৰক্ষী আউটপোষ্টৰ অন্তৰ্গত খেৰডুবিত সাংস্কৃতিক সন্ধিয়াৰ নামত…

নাজিৰাত অসম গৌৰৱ লাভলীনা বৰগোহাঁইক গৌৰৱময় অভিনন্দন অনুষ্ঠান

নাজিৰা: নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ উদ্যোগত তথা স্থানীয় দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ৰাইজৰ সহযোগত অসমৰ সোণালী…

BP NEWS Live
Logo Tuesday, 10 November 2026
Login / Register