লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ তথা কাকৈ সংৰক্ষিত বনখণ্ডৰ অন্তৰ্গত চিয়াজুলিৰ দীৰ্ঘা নাহৰবাৰীত পুনৰ আৰম্ভ হৈছে বনৰীয়া হাতীৰ উপদ্ৰব। জানিব পৰা মতে, কালি নিশা কাকৈ বনখণ্ডৰ অন্তৰ্গত দীৰ্ঘা বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে দীৰ্ঘা নাহৰবাৰী গাঁৱত কেইবাগৰাকী লোকৰ বাৰীত জেওৰা ভাঙি সোমাই কলগছ, তামোল গছ, নাৰিকল গছ ভাঙি খাই তহিলং কৰাৰ লগতে সজাল ধৰা পথাৰৰ ধান খাই নষ্ট কৰে। হাতীয়ে গাঁৱখনৰ মাধৱ ছেত্ৰী আৰু সূৰ্য্য বাহাদুৰ ৰাইৰ বাৰীত সোমাই তামোল, কল, নাৰিকল গছ খাই ভাঙি তহিলং কৰাৰ লগতে গোপাল ছেত্ৰীৰ ধাননি পথাৰত সোমাই ধান খাই নষ্ট কৰে।
Related Posts
নাজিৰাৰ কেইজনমান যুৱকৰ বানপীড়িত পৰিয়ালৰ কাষত সহায়ৰ হাত
- Niraj Sahu
- August 16, 2026
শ্বেয়াৰ কৰক: WhatsApp Facebook X Telegram শেহতীয়া বানপানীয়ে নাজিৰা অঞ্চলৰ বহু পৰিয়ালৰ জীৱন-জীৱিকাত ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে নাজিৰাৰ একাংশ […]
Akhil Gogoi
- Saddam Hussain
- July 31, 2026
শ্বেয়াৰ কৰক: WhatsApp Facebook X Telegram মানুহজনে নিজৰ দেহাৰ কথা চিন্তা নকৰি নিৰন্তৰ কষ্ট কৰিব পাৰে সেয়া আমি বছৰ বছৰ ধৰি দেখি আহিছোঁ । সেইবোৰ […]
লাহোৱাল আলিমূৰত ভয়ংকৰ পথ দুৰ্ঘটনা, গাড়ী-স্কুটীৰ সংঘৰ্ষত এজন আহত
- Himnshu gogoi
- September 26, 2026
শ্বেয়াৰ কৰক: WhatsApp Facebook X Telegram ডিব্ৰুগড়ৰ লাহোৱাল আলিমূৰত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। এখন গাড়ী আৰু এখন স্কুটীৰ মাজত হোৱা সংঘৰ্ষত এজন লোক আহত […]
