২৯ নং পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ছয়গাঁও-পলাশবাৰী মণ্ডলৰ পশ্চিম ধূলীত আজি সন্মানীয় বিধায়ক হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়াই কৃষক মৰ্চাৰ উদ্যোগত অনুষ্ঠিত ভূঁই ৰোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
ইয়াৰ লগতে তেখেতে খেতিয়কসকলৰ সৈতে ৰুৰনী পথাৰত উপস্থিত হৈ ভূঁই ৰোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
ছয়গাঁৱত বিধায়ক হিমাংশু শেখৰ বৈশ্য
