ধিং লঘু যান-বাহন সন্থাৰ উদ্যোগত আয়োজিত ৪১তম শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা আৰু ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত বিশ্বকৰ্মা পূজাত উপস্থিত থাকি ধিং সমষ্টিৰ ৰাইজৰ সৈতে […]
নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি চামগুৰি মণ্ডল কাৰ্যালয়ত মণ্ডলৰ বিষয়ববীয়া, শক্তি কেন্দ্ৰৰ প্ৰমুখ, বিভিন্ন মৰ্চাৰ বিষয়ববীয়া
নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি চামগুৰি মণ্ডল কাৰ্যালয়ত মণ্ডলৰ বিষয়ববীয়া, শক্তি কেন্দ্ৰৰ প্ৰমুখ, বিভিন্ন মৰ্চাৰ বিষয়ববীয়া আৰু পঞ্চায়তসমূহৰ দায়িত্বপ্ৰাপ্ত প্ৰতিনিধিসকলক লৈ আগন্তুক লোকসভাৰ […]
আজি বঢ়মপুৰ তিনিআলিত নৱনিৰ্মিত এখন হোটেলৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকোঁ।
আজি বঢ়মপুৰ তিনিআলিত নৱনিৰ্মিত এখন হোটেলৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকোঁ। নতুন উদ্যোগৰ জৰিয়তে অঞ্চলটোত বাণিজ্যিক পৰিৱেশ শক্তিশালী হোৱাৰ লগতে যুৱপ্ৰজন্মৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি […]
আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ৰূপহী সমষ্টিৰ অন্তৰ্গত ফাকলি গাঁও পঞ্চায়তত আজি বিয়লি আমি এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰোঁ
আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ৰূপহী সমষ্টিৰ অন্তৰ্গত ফাকলি গাঁও পঞ্চায়তত আজি বিয়লি আমি এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰোঁ। আমাৰ লগত জিলা বিজেপিৰ সম্পাদক তুমন […]
কচুৱাত নিৰ্বাচনী প্ৰচাৰত বদৰ উদ্দিন আজমল। যোৱাকালি মনোনয়ন দাখিল কৰি আজি কচুৱা তিনিআলিত ৰাইজৰ মাজত বদৰ উদ্দিন আজমল।
কচুৱাত নিৰ্বাচনী প্ৰচাৰত বদৰ উদ্দিন আজমল। যোৱাকালি মনোনয়ন দাখিল কৰি আজি কচুৱা তিনিআলিত ৰাইজৰ মাজত বদৰ উদ্দিন আজমল। কচুৱাৰ ৰাইজে যাক মৰম কৰে তেওঁৱেই […]
আজি ৰূপহী সমষ্টিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত নগাঁও জিলা যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়াৰ নেতৃত্বত আগন্তুক ৬ অক্টোবৰ তাৰিখে হ’বলগীয়া লোকসভা উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা জয় নিশ্চিত
আজি ৰূপহী সমষ্টিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত নগাঁও জিলা যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়াৰ নেতৃত্বত আগন্তুক ৬ অক্টোবৰ তাৰিখে হ’বলগীয়া লোকসভা উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা […]
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি নগাঁও-মৰিগাঁও জিলা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ বৈঠকত উপস্থিত থাকোঁ।
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি নগাঁও-মৰিগাঁও জিলা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ বৈঠকত উপস্থিত থাকোঁ। আগন্তুক উপ-নিৰ্বাচনটোত এন ডি এ মনোনীত প্ৰাৰ্থী দেৱাশীষ শৰ্মা […]
আগন্তুক ৬ অক্টোবৰত পদুম ফুলৰ চিহ্নত ভোট দি দেৱাশীষ শৰ্মা জয়যুক্ত কৰাৰ সংকল্প লয়। আমি আশাবাদী যে এক ইতিবাচক ফলাফলত ৰূপহী সমষ্টিৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব।
আগন্তুক ৬ অক্টোবৰত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ ভোটদানৰ দিন। আজি ৰূপহী সমষ্টিৰ উপনিৰ্বাচনৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰা হয়। বিধায়ক জিতু গোস্বামী কাৰ্যালয়ৰ উদ্বোধন কৰে। এই […]
আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি ৰূপহী সমষ্টিৰ অন্তৰ্গত জুৰীয়া ব্লকত ৰূপহী সুতিৰপাৰ গাঁও পঞ্চায়ত, সুতিৰপাৰ বৰালিমাৰি গাঁও পঞ্চায়ত, মেলাকাটিং আৰু হাতীজুজুৱা গাঁও পঞ্চায়তৰ সদস্যসকলৰ সৈতে কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰোঁ। উক্ত সভাত উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি তৃণমূল পৰ্যায়ত দলীয় সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰাৰ লগতে ভোটাৰ ৰাইজৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি ৰূপহী সমষ্টিৰ অন্তৰ্গত জুৰীয়া ব্লকত ৰূপহী সুতিৰপাৰ গাঁও পঞ্চায়ত, সুতিৰপাৰ বৰালিমাৰি গাঁও পঞ্চায়ত, মেলাকাটিং আৰু হাতীজুজুৱা গাঁও পঞ্চায়তৰ সদস্যসকলৰ […]
আজি বিয়লি ৫ বজাত ৰূপহী সমষ্টিৰ অন্তৰ্গত ফুটালজাৰ পঞ্চায়তৰ বিজেপি কাউন্সিলাৰ মলফুজা বেগম ডাঙৰীয়ানীৰ ঘৰৰ সন্মুখত এখন লোকসভা উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰো।
আজি বিয়লি ৫ বজাত ৰূপহী সমষ্টিৰ অন্তৰ্গত ফুটালজাৰ পঞ্চায়তৰ বিজেপি কাউন্সিলাৰ মলফুজা বেগম ঘৰৰ সন্মুখত এখন লোকসভা উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰো। […]
