লখিমপুৰ জিলা বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ পৰিণতি, চিয়াজুলিৰ গোমনদীত বিপদজনকভাবে ওলমি থকা হাই ভল্টেজ বিদ্যুৎ পৰিৱাহী তাঁৰত স্পৰ্শ কৰি গুৰুতৰ ভাৱে আহত প্ৰতাপগড়ৰ কিশোৰ

লখিমপুৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ পৰিণতি, চিয়াজুলিৰ গোমনদীত বিপদজনকভাবে ওলমি থকা হাই ভল্টেজ বিদ্যুৎ পৰিৱাহী তাঁৰত স্পৰ্শ কৰি গুৰুতৰ ভাৱে আহত প্ৰতাপগড়ৰ কিশোৰ। আহত কিশোৰজন […]

লখিমপুৰৰ চিয়াজুলিত এজন লোকৰ আত্মহত্যা।

লখিমপুৰ চিয়াজুলিত এজন লোকৰ আত্মহত্যা। আত্মহত্যা কৰা লোকজন বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চিয়াজুলি দীৰ্ঘা নাহৰবাৰী ৰাউত চুকৰ দল বাহাদুৰ ৰাই (৫৫)বুলি জানিব পৰা গৈছে। পত্নীৰ […]

গড়কাপ্তানি পথৰ জৰাজীৰ্ণ দৃশ্যই উদঙাইছে উন্নয়নৰ ঢাক ঢোল বজোৱা বিজেপি চৰকাৰৰ কামৰ নমুনা ।

গড়কাপ্তানি পথৰ জৰাজীৰ্ণ দৃশ্যই উদঙাইছে উন্নয়নৰ ঢাক ঢোল বজোৱা বিজেপি চৰকাৰৰ কামৰ নমুনা ।মেৰামতিৰ এমাহৰ ভিতৰতে পুণৰ খহিল পকী পথৰ এটা অংশ। মেৰামতিৰ নামত ভেকোঁভাওনা […]

অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা কাৰ্যসূচী ২০২৬ – ২৭, লখিমপুৰৰ ৩নং কাটৰি চাপৰিত কৃষি তথ্য কেন্দ্ৰ মুকলি।

অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা কাৰ্যসূচী ২০২৬ – ২৭ ৰ অধীনত কালি লখিমপুৰ জিলাৰ চাউলধোৱাৰ ৩নং কাটৰি চাপৰি অঞ্চলত এখন কৃষি তথ্য […]

বগীনদীৰ সাপ্তাহিক মংগলবৰীয়া বজাৰত লখিমপুৰ আবকাৰী বিভাগৰ অভিযান, নষ্ট কৰিলে কেইবাশ লিটাৰ অবৈধ দেশী মদ

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বগীনদীৰ দৈনিক বজাৰৰ সাপ্তাহিক মংগলবৰীয়া বজাৰত লখিমপুৰ জিলা আবকাৰী বিভাগে অভিযান চলাই, বজাৰখনত মুকলিকৈ চলি থকা অবৈধ দেশী মদৰ […]

লখিমপুৰৰ চিয়াজুলিত চাঞ্চল্যকৰ ঘটনা, ঘৰৰ পৰা খোজকাঢ়ি দীৰ্ঘা পথাৰলৈ ওলাই যোৱা এগৰাকী মহিলা মাত্ৰ চাৰি কিঃমিঃ দূৰত্বৰ ব্যৱধানত কালিৰে পৰা সন্ধানহীন হৈ আছে।

লখিমপুৰ চিয়াজুলিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এই ঘটনাত লখিমপুৰৰ চিয়াজুলি ভংগাবিলৰ পৰা দীৰ্ঘা পথাৰলৈ খোজকাঢ়ি গৈ থকা পথৰ পৰাই কালিৰে পৰা সন্ধানহীন হৈ আছে […]

নাজিৰাস্থিত ONGC মুখ্য কাৰ্যালয়ত অখিল গগৈ

নাজিৰাস্থিত ONGC মুখ্য কাৰ্যালয়ত আজি উপস্থিত হয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। নাজিৰা আৰু ইয়াৰ দাঁতিকাষৰীয়া বানবিধ্বস্ত অঞ্চলসমূহৰ সাম্প্ৰতিক পৰিস্থিতি, বানৰ ফলত হোৱা ব্যাপক ক্ষয়-ক্ষতি […]

ছয়গাঁৱৰ নাট্যচৰ্চাৰ অন্যতম প্ৰাণকেন্দ্ৰ ‘নাট্য আলো’

ছয়গাঁৱৰ নাট্যচৰ্চাৰ অন্যতম প্ৰাণকেন্দ্ৰ ‘নাট্য আলো’ নাটকৰ জৰিয়তে সমাজৰ কথা কোৱাৰ লগতে নৱপ্ৰজন্মক সাংস্কৃতিক ক্ষেত্ৰলৈ আগুৱাই নিয়াৰ প্ৰয়াস সংবাদ প্ৰহৰী,ছয়গাঁও, ২৪ আগষ্ট: দক্ষিণ কামৰূপৰ ছয়গাঁও […]

অসমৰ বানপীড়িতৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আনফৰ ফাউণ্ডেচনৰ ২০ লাখ টকা

অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে আনফৰ ফাউণ্ডেচনৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। এই উপলক্ষে আনফৰ ফাউণ্ডেচনৰ প্ৰতিনিধি মোস্তাক […]

ছয়গাঁৱত আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অধিৱেশন

ছয়গাঁও, ১৮ আগষ্ট: ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহা ২৯ আগষ্ট, শনিবাৰে অনুষ্ঠিত হ’ব বিশেষ অধিৱেশন। ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া […]

BP NEWS Live
Logo Wednesday, 30 September 2026
Login / Register