লালপানী কুলাবালি এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমচন্দ্ৰ ছেত্ৰীক বিদায় সম্বৰ্ধনা ।

লখিমপুৰ জিলা শিক্ষা বিভাগৰ অধীনৰ তথা বগীনদীৰ লালপানী কুলাবালি এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমচন্দ্ৰ ছেত্ৰীক আজি আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। ১৯৮৫ […]

লখিমপুৰৰ চৰাইমৰীয়াত বগীনদী আৰক্ষীৰ অভিযানত ১১ টা চোৰাং গৰুসহ এখন বাহন জব্দ কৰাৰ লগতে গৰু সৰবৰাহত জড়িত দুজনক আটক ।

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চৰাইমৰীয়াৰ পৰা কালি নিশা অভিযান চলাই ১১ টা চোৰাং গৰুসহ এখন বাহন জব্দ কৰাৰ লগতে গৰু সৰবৰাহত জড়িত থকা […]

ছয়গাঁৱৰ মাকেলী কলহী নৈত সন্ধানহীন এজন ব্যক্তি

ছয়গাঁও: দক্ষিণ কামৰূপৰ ছয়গাঁও অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মাকেলী কলহী নৈত এজন ব্যক্তি সন্ধানহীন হৈ পৰাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা […]

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বগীনদী আঞ্চলিক সমিতিৰ সভাপতি হিচাপে ৰাহুল উপাধ্যায়, সম্পাদক হিমাংশু শৰ্মা নিৰ্বাচিত, বিভিন্ন দল সংগঠনৰ শুভেচ্ছা জ্ঞাপন।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ অধীনৰ বগীনদী আঞ্চলিক সমিতিৰ সভাপতি হিচাপে ৰাহুল উপাধ্যায় আৰু সাধাৰণ সম্পাদক হিচাপে হিমাংশু শৰ্মা নিৰ্বাচিত হৈছে। আজি […]

নাজিৰাৰ কেইজনমান যুৱকৰ বানপীড়িত পৰিয়ালৰ কাষত সহায়ৰ হাত

শেহতীয়া বানপানীয়ে নাজিৰা অঞ্চলৰ বহু পৰিয়ালৰ জীৱন-জীৱিকাত ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে নাজিৰাৰ একাংশ যুৱকে। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত আৰু আৰ্থিকভাৱে […]

লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত চলিছে চোৰাং কাঠৰ মুকলি বেহা।

লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ বিভিন্ন প্ৰান্তত চলিছে, অবৈধ চোৰাং কাঠৰ ৰমৰমীয়া বেহা। চোৰাং কাঠৰ এই ৰমৰমীয়া বেহাৰ ফলত সংমণ্ডলৰ অধীনৰ বনাঞ্চলৰ লগতে বিভিন্ন প্ৰান্তত […]

লখিমপুৰৰ বধাকৰাত সোৱনশিৰি নৈত গা ধুবলৈ গৈ সন্ধানহীন এজন নৱম শ্ৰেণীৰ ছাত্ৰ।

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বধাকৰাত, সোৱনশিৰি নদীত গা ধুবলৈ গৈ বৰ্তমানলৈকে সন্ধানহীন হৈ আছে এজন নৱম শ্ৰেণীৰ ছাত্ৰ। সন্ধানহীন ছাত্ৰজন বধাকৰা কাছিকটাৰ ৰাইফল […]

ছয়গাঁৱত ধৰ্ষণ

ছয়গাঁৱত ছাত্ৰীক ধৰ্ষণ কৰিলে ভণ্ড শিক্ষক ৰাহুল নাথে ছয়গাঁওত চাঞ্চল্যকৰ ঘটনা শিক্ষকৰ কামনাৰ বলি হল – অষ্টম শ্ৰেণীৰ ছাত্ৰী। পুনৰ ৰাজ্যত ধৰ্ষণ কাণ্ড দক্ষিণ কামৰূপৰ […]

অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে কামৰূপৰ কণমানি প্ৰতিভা দীক্ষা ডেকাই।

অসমৰ বাবে পুনৰ গৌৰৱৰ খবৰ কঢ়িয়াই আনিছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী সাহান গাঁৱৰ এগৰাকী কণমানি প্ৰতিভা দীক্ষা ডেকাই। বাংলাদেশত অনুষ্ঠিত দ্বিতীয় দক্ষিণ এছিয়ান কাৰাটে […]

Latest Posts

View All

চিয়াজুলি পঞ্চায়তৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ্য কৰ্মচাৰী মুহিৰাম সোনোৱাল, ক বিদায় সম্বৰ্ধনা ।

লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত চিয়াজুলি পঞ্চায়তৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ্য কৰ্মচাৰী মুহিৰাম সোনোৱাল, ক আজি…

আজি যমুনামুখৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মত-বিনিময় কৰোঁ।

আজি যমুনামুখৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মত-বিনিময় কৰোঁ।  …

এই জনাদেশ কেৱল বিজয়ৰ আনন্দ নহয়, ই ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ এক বৃহৎ দায়িত্ব। নগাঁৱৰ উন্নয়ন, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে এই বিশ্বাসক সাৰোগত কৰি আমি আগবাঢ়ি যাম।

বেলটতো পদুম, ই ভি এমতো পদুম 🪷 নগাঁও লোকসভা উপ-নিৰ্বাচনত NDAৰ ঐতিহাসিক বিজয়ে পুনৰবাৰ প্ৰমাণ…

ৰহাৰ অগ্ৰণী শিক্ষানুষ্ঠান ‘ৰিজ’নেন্স বিদ্যাপীঠ’-ৰ দশম বৰ্ষপূৰ্তি আৰু নৱাগত আদৰণি সভাত উপস্থিত থাকি শিক্ষক-শিক্ষাৰ্থীসকলৰ সৈতে কিছু সময় অতিবাহিত কৰোঁ।

ৰহাৰ অগ্ৰণী শিক্ষানুষ্ঠান ‘ৰিজ’নেন্স বিদ্যাপীঠ’-ৰ দশম বৰ্ষপূৰ্তি আৰু নৱাগত আদৰণি সভাত উপস্থিত থাকি শিক্ষক-শিক্ষাৰ্থীসকলৰ সৈতে…

BP NEWS Live
Logo Wednesday, 21 October 2026
Login / Register