দিছপুৰ, ১ আগষ্ট :: মহিলা আৰু শিশু বিকাশ আৰু পৰ্যটন মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে আজি কামৰূপ জিলাৰ শুৱালকুছি উন্নয়ন খণ্ডৰ অধীনৰ […]
সদাব্যস্ত পথচোৱাত এখন কালভাৰ্ট নথকাৰ বাবে চৰম দুৰ্ভোগ ভূগিব লগা হৈছে মন্দিৰা এন,ছি গাঁৱৰ ৰাইজ অৱশেষত গাঁঠিৰ ধন খৰছ কৰি ৰাইজে নিৰ্মাণ কৰিলে এখন বাঁহৰ সাঁকো
চৰকাৰ প্ৰশাসনে নহয়, মন্দিৰা এন,ছিৰ ৰাইজে গাঁঠিৰ ধনেৰে সাজি উলিয়ালে এখন বাঁহৰ সাঁকো।কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত মন্দিৰা এন,ছিৰ পৰা শিমুলতোলা সংযোগী ৰাস্তাত এখন কালভাৰ্টৰ […]
বানত সৰ্বস্বান্ত ৫০টা পৰিয়ালৰ গৃহ পুনৰ্নিৰমাণ আৰু মেৰামতিৰ দায়িত্ব ল’লে ৰাম নাৰায়ণ ভূঞাই: ইতিমধ্যে ১০ লক্ষাধিক টকাৰ সামগ্ৰী বিতৰণ
লখিমপুৰ/নাৰায়ণপুৰ: অসমত ধাৰাবাহিকভাৱে সৃষ্টি হোৱা সংহাৰী বানপানীয়ে প্ৰতিবছৰে উজুটি খুৱায় লাখ লাখ পৰিয়ালক। বিশেষভাৱে লখিমপুৰ আৰু নাৰায়ণপুৰ অঞ্চলৰ নৈপৰীয়া ৰাইজৰ বাবে বানপানী এক যেন অভিশাপ […]
এখন জৰাজীৰ্ণ কাঠৰ দলঙেৰে বিপদ সংকুল যাত্ৰা
বৰ্তমান উন্নয়নৰ বন্যা বোৱাই দিয়া চৰকাৰ খনে অসমৰ বিভিন্ন প্ৰান্তত বহু উন্নয়নমূলক কাম কৰিছে। কিন্তু তাৰ মাজতে অসম চৰকাৰৰ উন্নয়নে ঢুকি পোৱা নাই চৰ অঞ্চলৰ […]
নগাঁও জিলাৰ বহুকেইগৰাকী স্বনামধন্য ব্যক্তি আৰু সংগঠনে এক বিশেষ মানৱীয় পদক্ষেপ গ্ৰহণ কৰিছে। জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা
প্ৰকৃতিৰ তাণ্ডৱত বিভীষিকাময় হৈ পৰা ৰাজ্যখনৰ সাম্প্ৰতিক ভয়াৱহ বানপানীয়ে জুৰুলা কৰা নিঃসহায় বানপীড়িত ৰাইজৰ দুখ-কষ্টই চুই গৈছে প্ৰত্যেকজন সচেতন নাগৰিকৰ হৃদয়। সংকটৰ এই কঠিন সময়ছোৱাত […]
বানৰ পিছত বেটবাৰীৰ নামঘৰত চাফ-চিকুণ অভিযান চলালে ভোজপুৰী পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে
শিৱসাগৰ, ২ আগষ্টঃ ৰাজ্যজুৰি বান সাহায্য আৰু পুনৰ্বাসন কাৰ্যসূচী অব্যাহত থকাৰ মাজতে সদৌ অসম ভোজপুৰী পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে আজি শিৱসাগৰৰ বেটবাৰীস্থিত এটা নামঘৰত এক […]
পথাৰত ভূঁই ৰুই থাকোঁতে বজ্রপাত: অকাল মৃত্যুক সাৱটি ল’লে এগৰাকী মহিলাই, মৰিগাঁৱৰ লাউভুৰঙাত শোকৰ ছাঁ
মৰিগাঁও: অসমত বাৰিষা কালৰ প্ৰবল বৃষ্টিপাত আৰু ধুমুহা-বৰষুণৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বজ্রপাতৰ ঘটনাই পুনৰবাৰ জনজীৱন স্তব্ধ কৰি তুলিছে। মৰিগাঁও জিলাৰ লাউভুৰঙা গাঁৱত […]
উজনি অসমত হ’ব পাৰে পুনৰ বান পৰিস্থিতি
#BreakingNews উজনিত আকৌ সৃষ্টি হ’ব পাৰে ভয়াৱহতা। ৩ খন গেটেৰে নীপকোৱে এৰিছে পানী। প্ৰতি চেকেণ্ডত ৯৪ হাজাৰ লিটাৰ পানী এৰিছে নীপকোৱে।
চতিয়াত আৰক্ষীৰ ধাৰাবাহিক জুৱাবিৰোধী অভিযান: ৮ খন মটৰচাইকেল সহ গ্ৰেপ্তাৰ ২ জন জুৱাৰী
চতিয়া/বিশ্বনাথ: অঞ্চলটোত অবৈধ জুৱা খেল আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে চতিয়া আৰক্ষীয়ে নিজৰ তীক্ষ্ণ অভিযান চলাই সফলতা অৰ্জন কৰিছে। চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত চলোৱা এক […]
অৰুণোদয় আঁচনিত ডাঙৰ পৰিৱৰ্তন: হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ
গুৱাহাটী: অসম চৰকাৰৰ অন্যতম ফ্ল্যাগশিপ কল্যাণকামী আঁচনি ‘অৰুণোদয়’ (Orunodoi Scheme) অধিক স্বচ্ছ, ব্যৱস্থিত আৰু বিসংগতিমুক্ত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। চৰকাৰী আঁচনিসমূহৰ […]
