জুৱা খেলৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই ব’ল ব’ম স্থলীৰ মন্দিৰ সমিতিৰ প্ৰতিক্ৰিয়া

*জুৱা খেলৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই ব’ল ব’ম স্থলীৰ মন্দিৰ সমিতিৰ প্ৰতিক্ৰিয়া* *ব’লব’ম স্থানত নহয়, মামা বজাৰত চলে জুৱা খেল* নগাঁৱৰ কঠীয়াতলী ৰেংবেংত শাওন মাহৰ […]

কচুৱাত বনকৰ্মী আৰু যুৱকৰ মাজত প্ৰচণ্ড মাৰপিটত আহত বনকৰ্মী আৰু যুৱক।

কচুৱাত বনকৰ্মী আৰু যুৱকৰ মাজত প্ৰচণ্ড মাৰপিটত আহত বনকৰ্মী আৰু যুৱক। প্ৰথমে তৰ্ক বিতৰ্ক তাৰ পিছত প্ৰচণ্ড মাৰপিট বনকৰ্মী আৰু যুৱকৰ মাজত। নিশাই ন্যায় বিচাৰি […]

তেজপুৰৰ একাংশ হোটেলত চলিছে জঘন্য কাণ্ড:

মালিকৰ বিৰুদ্ধে কৰ্মচাৰী মহিলাক মাৰধৰ আৰু অশ্লীল আচৰণৰ গুৰুতৰ অভিযোগ, CCTVত বন্দী সমগ্ৰ ঘটনা তেজপুৰ: সাংস্কৃতিক নগৰী তেজপুৰৰ আতিথ্য খণ্ডক লজ্জিত কৰা এক অতি জঘন্য […]

বানপীড়িত ছাত্ৰীলৈ আশাৰ ৰেঙনি: বিহুবাৰ ৩ গৰাকী ছাত্ৰীৰ PhD লৈকে সম্পূৰ্ণ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিলে ত্ৰিনয়ন বৰুৱাই

অসমত সংহাৰী বানপানীৰ তাণ্ডৱে বহুতৰে ঘৰ-দুৱাৰ কাঢ়ি নিয়াৰ লগতে প্ৰভাৱ পেলাইছে কোমলমতীয়া শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ ওপৰত। বানৰ ধ্বংসলীলাই বহু দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ শিক্ষা জীৱন অনিশ্চয়তাৰ মাজলৈ […]

আলোপতি নলেৰচৰত নাভূত নাশ্ৰুত ঘটনা বিবাহিতা খুলশালীয়েকক অবৈধ প্ৰেমৰ জালত পেলায় পাতিলে দ্বিতীয় পত্নী

নগৰবেৰাৰ পৰা ইমনুল হাচানৰ প্ৰতিবেদন:-ৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত আলোপতি নলেৰচৰৰ আলিম উদ্দিনৰ পুত্ৰ আয়নাল হকে প্ৰেমৰ জালত পেলাই বিবাহিতা খুলশালীয়েকক পাতিলে দ্বিতীয় পত্নী। চৰকাৰে […]

মহানগৰীৰ জালুকবাৰীত সশস্ত্ৰ ডকাইতৰ সংহাৰ:

ৰাজধানী মহানগৰী গুৱাহাটীৰ নিৰাপত্তা ব্যৱস্থাক পুনৰ এবাৰ মুকলি প্ৰত্যাহ্বান জনাই জালুকবাৰীত সংঘটিত হৈছে এক অতি দুঃসাহসিক আৰু চাঞ্চল্যকৰ ডকাটি কাণ্ড। জালুকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত […]

স্মাৰ্ট মিটাৰৰ নামত চিয়াজুলিত গ্ৰাহকক লুণ্ঠন এপিডিচিএলৰ

:স্মাৰ্ট মিটাৰৰ নামত সৰ্বসাধাৰণ গ্ৰাহক ৰাইজৰ মুৰত অত্যাধিক বিদ্যুৎ বিল জাপি দি লুণ্ঠন চলোৱা এপিডিচিএলে, স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ গ্ৰাহকৰ মুৰত ৰাম টাঙোন শোধোৱা কোনো […]

সংস্কৃত ভাৰতীৰ লখিমপুৰ জিলা শাখাৰ উদ্যোগত বগীনদী নগৰ হাইস্কুলত সাতদিনীয়া সংস্কৃত ভাষাবোধন বৰ্গৰ সফল সামৰণি পৰিল।

সংস্কৃত ভাৰতী লখিমপুৰ জিলা শাখাৰ উদ্যোগত লখিমপুৰ জিলাৰ বগীনদী নগৰ হাইস্কুলত অনুষ্ঠিত হোৱা ৭ দিনীয়া ‘সংস্কৃত ভাষাবোধন বৰ্গ’ৰ কালি সফল সামৰণি পৰে। ২৪ জুলাইৰ পৰা […]

আই নৈৰ খহনীয়াই নিদ্ৰা হৰিছে নৈপৰীয়াৰ। বিধায়ক নুৰুল ইছলাম আৰু জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়াৰ খহনীয়া পৰিদৰ্শন ।

১৭ নং সৃজনগ্ৰাম বিধান সভা সমষ্টিৰ অভিশাপ স্বৰূপ আই আৰু মানাহ নৈৰ খহনীয়াত সৰ্বস্ব হেৰুৱাইছে বহু পৰিয়ালে। পৰ্যাপ্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ ৰাইজৰ। বঙাইগাঁও জিলাৰ ১৭ […]

Latest Posts

View All

টুপামাৰী আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ আৰু নৱাগত আদৰণি সভাৰ সফল সামৰণি

কামৰূপৰ ছমৰীয়া সমষ্টিৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান টুপামাৰী আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে…

খেৰডুবিত সাংস্কৃতিক সন্ধিয়াৰ নামত চলিছে মুকলি জুৱা খেল: প্ৰশাসনৰ নিৰ্লিপ্ততাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চাপৰ আৰক্ষী থানাৰ অধীনস্থ শালকোছা আৰক্ষী আউটপোষ্টৰ অন্তৰ্গত খেৰডুবিত সাংস্কৃতিক সন্ধিয়াৰ নামত…

খেৰডুবিত সাংস্কৃতিক সন্ধিয়াৰ নামত চলিছে মুকলি জুৱা খেল: প্ৰশাসনৰ নিৰ্লিপ্ততাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চাপৰ আৰক্ষী থানাৰ অধীনস্থ শালকোছা আৰক্ষী আউটপোষ্টৰ অন্তৰ্গত খেৰডুবিত সাংস্কৃতিক সন্ধিয়াৰ নামত…

নাজিৰাত অসম গৌৰৱ লাভলীনা বৰগোহাঁইক গৌৰৱময় অভিনন্দন অনুষ্ঠান

নাজিৰা: নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ উদ্যোগত তথা স্থানীয় দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ৰাইজৰ সহযোগত অসমৰ সোণালী…

BP NEWS Live
Logo Saturday, 14 November 2026
Login / Register