অসমত সৃষ্টি হোৱা ভয়াৱহ বানপানীৰ পৰিস্থিতিৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ দৰে শিৱসাগৰ জিলাৰ নাজিৰাৰ কেইগৰাকীমান যুৱকে মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। GEG Global […]
নিৰ্বাচনৰ সময়ত দিল্লীৰ মান্ত্ৰী সকল অসমলৈ আহে।
প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী বা আন আন কেবিনেট মান্ত্ৰী সকল প্ৰচাৰৰ বাবে অসমৰ প্ৰত্যেকটো কোণে কোণে ঘূৰি ফুৰে। কিন্তু বৰ্তমান সময়ত যেতিয়া বানে অসমৰ প্ৰতিটো অঞ্চলক ধুমুহাৰ […]
অৱশেষত ১০ দিনৰ পাছত উদ্ধাৰ হ’ল একেটা পৰিয়ালৰ শেষৰজন সদস্য টুটুমণি দুৱৰাৰ মৃতদেহ
বিশেষ সংবাদ, সোণাৰি: প্ৰকৃতিৰ তাণ্ডৱে কাঢ়ি নিলে এখন সুখী পৰিয়ালৰ সকলো হাঁহি-ফুৰ্তি। ৰাজ্যত দেখা দিয়া ভয়াৱহ বানপানীৰ ফলত সৃষ্টি হোৱা শোকাৱহ ঘটনাত একেটা পৰিয়ালৰে চাৰিগৰাকীকৈ […]
সাধু বাবাৰ অসাধু ব্যৱসায়। সাধুৰ বেশত কি ব্যৱসায় কৰে বাবাই।
বঙাইগাওঁ জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা প্ৰথম খণ্ডত আচম্বিত কোকিলা আৰক্ষীৰ অভিযান। অভয়াপুৰী সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কোকিলা প্ৰথম খণ্ডৰ […]
মাতৃৰ অনুপস্থিত দুই সন্তানৰ হিয়া ভঙা কান্দোন। ২৫ জুলাইৰ পৰা নিৰুদ্দেশ ২ সন্তানৰ মাতৃ ভাণ্ডাৰাৰ জমিলা খাতুন।
বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ভাণ্ডাৰা গাঁৱত এক চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্র উদ্বেগৰ সৃষ্টি কৰিছে। গাঁওখনৰ বাসিন্দা আমজাত আলীৰ পত্নী […]
ভাৰতীয় গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা, পদ্মশ্ৰী গীতা উপাধ্যায়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন, বানত মৃত্যু হোৱা লোকৰ আত্মাৰ সদগতিৰ অৰ্থে মৌন প্ৰাৰ্থনা
ভাৰতীয় গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহ সভা আজি বগীনদীৰ গোৰ্খা ভৱনত অনুষ্ঠিত হয়। গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত […]
চামগুৰি সমষ্টিৰ অন্তৰ্গত লাউগাঁও বেলতলি বজাৰৰ পৰা ৰূপহীহাট সমষ্টিৰ হাতীপাৰালৈ সংযোগী মূল পথটোৰ দুৰৱস্থা
চামগুৰি সমষ্টিৰ অন্তৰ্গত লাউগাঁও বেলতলি বজাৰৰ পৰা ৰূপহীহাট সমষ্টিৰ হাতীপাৰালৈ সংযোগী মূল পথটোৰ দুৰৱস্থাই এতিয়া চৰম পৰ্যায় পাইছেগৈ। বিগত দীৰ্ঘদিন ধৰি কোনো মেৰামতি নকৰাৰ ফলত […]
“পানীত নামিলে বিধায়কৰ বগা কুৰ্তাত দাগ লাগিব” শীৰ্ষক বিতৰ্ক আৰু আঁৰৰ কাহিনী। সামাজিক মাধ্যমত তীব্ৰ ক্ৰিয়া – প্ৰতিক্ৰিয়া।
বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ বিধায়ক নুৰুল ইছলামে ২৬/০৭/২০২৬ ইং তাৰিখে জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াক লগত লৈ আই নদীৰ খহনীয়াই অঞ্চল পৰিদৰ্শন কৰে। আই নদীৰ খহনীয়াই […]
অখিল গগৈ আৰু বানপীড়িতৰ সাহায্য
শিৱসাগৰৰ বিধায়ক তথা ‘ৰাইজৰ দল’ৰ সভাপতি অখিল গগৈয়ে অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছে। গ্ৰাউণ্ড জিৰ’ত প্ৰত্যক্ষ সাহায্য: বানপানীৰ সময়ত তেওঁ নিজেই […]
মৰণফান্দত পৰিণত হৈছে গুমী-নগৰবেৰা সংযোগী PWD পথ
মৰণফান্দত পৰিণত হৈছে গুমী-নগৰবেৰা সংযোগী PWD পথ! নিশা হ’লেই বাঢ়ে সাপৰ আতংক, টোপনি ভাঙিবনে গড়কপ্তানি বিভাগৰ? কোনোবা দিনা যদি আপুনি নিশাৰ ভাগত ঘৰলৈ উভতিছে, আৰু […]
