আই নৈৰ খহনীয়াই নিদ্ৰা হৰিছে নৈপৰীয়াৰ। বিধায়ক নুৰুল ইছলাম আৰু জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়াৰ খহনীয়া পৰিদৰ্শন ।

১৭ নং সৃজনগ্ৰাম বিধান সভা সমষ্টিৰ অভিশাপ স্বৰূপ আই আৰু মানাহ নৈৰ খহনীয়াত সৰ্বস্ব হেৰুৱাইছে বহু পৰিয়ালে। পৰ্যাপ্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ ৰাইজৰ। বঙাইগাঁও জিলাৰ ১৭ […]

শিৱসাগৰত বানপীড়িত লোকৰ কাষত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সহায়ৰ হাত

অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজত শিৱসাগৰ জিলাৰ বানপীড়িত লোকসকলৰ কাষত সহায়ৰ হাত আগবঢ়াইছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)-এ। যোৱা 29 জুলাই তাৰিখে, উদালগুৰি, শোণিতপুৰ আৰু […]

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ ১৯ সংখ্যক কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে সম্পন্ন

গুৱাহাটী, ৩০ জুলাইঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ নৱনিৰ্বাচিত ১৯ সংখ্যক কেন্দ্ৰীয় কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী মাধৱদেৱ […]

অসমৰ সাম্প্ৰতিক ভয়াৱহ বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকক ছলমান খানে থিয় দিছে

হেজাৰ হেজাৰ লোকৰ কাষত থিয় দিছে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান। নিজৰ উদাৰতা আৰু সমাজসেৱাৰ বাবে জনাজাত অভিনেতাগৰাকীয়ে তেওঁৰ বেচৰকাৰী সংস্থা ‘বিয়িং হিউমেন’ (Being Human Foundation) […]

নগাঁও লোকসভা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ আনাৰুল ইছলামৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ আনাৰুল ইছলামৰ নগাঁও লোকসভা সমষ্টিৰ সম্ভাৱ্য উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি কাঞ্চনপুৰ গাঁৱৰ আনাৰুল হুছেইন ছাইদৰীয়াই দলীয় টিকট লাভ কৰিলে […]

সোণাৰিৰ নাফুকত পথ দুৰ্ঘটনা: বন্যাৰ্তৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিবলৈ গৈ প্ৰাণ গ’ল কৰ্মচাৰী জগত বসুমতাৰীৰ, আহত আন তিনিজন

অসমৰ বান পৰিস্থিতিৰ ভয়াবহতাৰ মাজতে সোণাৰিত সংঘটিত হৈছে এক অত্যন্ত কৰুণ আৰু মৰ্মান্তিক দুৰ্ঘটনা। চৰকাৰী দায়িত্ব পালন কৰি বানাক্ৰান্ত এলেকাত ক্ষয়-ক্ষতিৰ সমীক্ষা চলাবলৈ যোৱাৰ পথতে […]

তেজপুৰৰ মহাভৈৰৱত চাঞ্চল্যকৰ ঘটনা: নাতিনীক বিক্ৰী কৰাৰ অভিযোগত ককাক-আইতাকক গ্ৰেপ্তাৰ তেজপুৰ:

সাংস্কৃতিক নগৰী তেজপুৰত পোহৰলৈ আহিছে এক অতি লজ্জাজনক তথা হৃদয়বিদাৰক ঘটনা। পবিত্ৰ তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলত নিজৰ কন্যাক জন্ম দিয়া শিশুক (নাতিনীক) ধনৰ […]

নাজিৰাত বানৰ সংহাৰী ৰূপ: বিহুবাৰ নেপালী খুটিত দুই মহিলাৰ মৃতদেহ উদ্ধাৰ, শোকস্তব্ধ সমগ্ৰ অঞ্চল

নাজিৰাত বানৰ সংহাৰী ৰূপ: বিহুবাৰ নেপালী খুটিত দুই মহিলাৰ মৃতদেহ উদ্ধাৰ, শোকস্তব্ধ সমগ্ৰ অঞ্চল নাজিৰা/শিৱসাগৰ: অসমৰ বান পৰিস্থিতিয়ে উজনিত দিনক-দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে। শিৱসাগৰ […]

গ্ৰীষ্মবন্ধৰ সামৰণিৰ পিছতো বন্ধ থাকিব পাঠদান! প্ৰলয়ংকাৰী বানত বিধ্বস্ত শিৱসাগৰ।

ৰাজ্যজুৰি চলি থকা মাহজোৰা গ্ৰীষ্মকালীন বন্ধৰ (Summer Vacation) কাইলৈ আনুষ্ঠানিক সামৰণি পৰিব। নীতি-নিয়ম অনুসৰি পৰহিৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয়তে পুনৰ ছাত্ৰ-ছাত্ৰীৰ কলৰৱেৰে পাঠদান আৰম্ভ হ’ব […]

“আজি ৯ দিনে নামঘৰতে আছোঁ, ৬ মাহৰ পিছতো নিজৰ ঘৰখনত সোমাব পাৰিমনে সন্দেহ আছে”: গোলাঘাটৰ বানাক্ৰান্ত মহিলাৰ শিহৰণকাৰী বিৱৰণ

অসমৰ বান পৰিস্থিতিয়ে কাঢ়ি নিছে হেজাৰ হেজাৰ পৰিয়ালৰ মূৰৰ ওপৰৰ চালি, সপোন আৰু সুখ-শান্তি। গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানে মানুহক এনেদৰে দিশহাৰা […]

BP NEWS Live
Logo Wednesday, 30 September 2026
Login / Register