ছয়গাঁও, ১৮ আগষ্ট: ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহা ২৯ আগষ্ট, শনিবাৰে অনুষ্ঠিত হ’ব বিশেষ অধিৱেশন। ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া […]
নাজিৰাৰ বানপীড়িতৰ কাষত আপৰ ৰাষ্ট্ৰীয় নেতা সঞ্জয় সিং
নাজিৰাত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ কাষত আজি উপস্থিত হয় আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং। বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে […]
১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা: মিৰ্জাৰ পৰা ৰামপুৰলৈ যাতায়াতত হাৰাশাস্তি
মিৰ্জাৰ পৰা ৰামপুৰলৈ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশত দেখা দিয়া বেয়া পথৰ অৱস্থাই এতিয়া যাতায়াতকাৰীসকলক জ্বলা-কলা খুৱাইছে। বহু ঠাইত পথৰ পৃষ্ঠ ভাগি যোৱা, গাঁত সৃষ্টি হোৱা […]
লালপানী কুলাবালি এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমচন্দ্ৰ ছেত্ৰীক বিদায় সম্বৰ্ধনা ।
লখিমপুৰ জিলা শিক্ষা বিভাগৰ অধীনৰ তথা বগীনদীৰ লালপানী কুলাবালি এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমচন্দ্ৰ ছেত্ৰীক আজি আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। ১৯৮৫ […]
লখিমপুৰৰ চৰাইমৰীয়াত বগীনদী আৰক্ষীৰ অভিযানত ১১ টা চোৰাং গৰুসহ এখন বাহন জব্দ কৰাৰ লগতে গৰু সৰবৰাহত জড়িত দুজনক আটক ।
লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চৰাইমৰীয়াৰ পৰা কালি নিশা অভিযান চলাই ১১ টা চোৰাং গৰুসহ এখন বাহন জব্দ কৰাৰ লগতে গৰু সৰবৰাহত জড়িত থকা […]
ছয়গাঁৱৰ মাকেলী কলহী নৈত সন্ধানহীন এজন ব্যক্তি
ছয়গাঁও: দক্ষিণ কামৰূপৰ ছয়গাঁও অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মাকেলী কলহী নৈত এজন ব্যক্তি সন্ধানহীন হৈ পৰাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা […]
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বগীনদী আঞ্চলিক সমিতিৰ সভাপতি হিচাপে ৰাহুল উপাধ্যায়, সম্পাদক হিমাংশু শৰ্মা নিৰ্বাচিত, বিভিন্ন দল সংগঠনৰ শুভেচ্ছা জ্ঞাপন।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ অধীনৰ বগীনদী আঞ্চলিক সমিতিৰ সভাপতি হিচাপে ৰাহুল উপাধ্যায় আৰু সাধাৰণ সম্পাদক হিচাপে হিমাংশু শৰ্মা নিৰ্বাচিত হৈছে। আজি […]
নাজিৰাৰ কেইজনমান যুৱকৰ বানপীড়িত পৰিয়ালৰ কাষত সহায়ৰ হাত
শেহতীয়া বানপানীয়ে নাজিৰা অঞ্চলৰ বহু পৰিয়ালৰ জীৱন-জীৱিকাত ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে নাজিৰাৰ একাংশ যুৱকে। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত আৰু আৰ্থিকভাৱে […]
লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত চলিছে চোৰাং কাঠৰ মুকলি বেহা।
লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ বিভিন্ন প্ৰান্তত চলিছে, অবৈধ চোৰাং কাঠৰ ৰমৰমীয়া বেহা। চোৰাং কাঠৰ এই ৰমৰমীয়া বেহাৰ ফলত সংমণ্ডলৰ অধীনৰ বনাঞ্চলৰ লগতে বিভিন্ন প্ৰান্তত […]
লখিমপুৰৰ বধাকৰাত সোৱনশিৰি নৈত গা ধুবলৈ গৈ সন্ধানহীন এজন নৱম শ্ৰেণীৰ ছাত্ৰ।
লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বধাকৰাত, সোৱনশিৰি নদীত গা ধুবলৈ গৈ বৰ্তমানলৈকে সন্ধানহীন হৈ আছে এজন নৱম শ্ৰেণীৰ ছাত্ৰ। সন্ধানহীন ছাত্ৰজন বধাকৰা কাছিকটাৰ ৰাইফল […]
