আজি কান্দুলীমাৰী, লহকৰঘাট আৰু নিজ ধিং গাঁও পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাই অতিকৈ আনন্দিত হ’লোঁ।

ধিংবাসীৰ নিভাঁজ মৰম ❤️🙏 আজি কান্দুলীমাৰী, লহকৰঘাট আৰু নিজ ধিং গাঁও পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাই অতিকৈ আনন্দিত হ’লোঁ। ৰাইজৰ পাৰভঙা উৎসাহ আৰু আমাৰ প্ৰতি থকা […]

সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি ৰাইজৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপৰ মাধ্যমেৰে প্ৰতিটো প্ৰত্যাশা আৰু প্ৰত্যাহ্বানৰ বুজ লোৱাৰ চেষ্টা কৰিছোঁ।

সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি ৰাইজৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপৰ মাধ্যমেৰে প্ৰতিটো প্ৰত্যাশা আৰু প্ৰত্যাহ্বানৰ বুজ লোৱাৰ চেষ্টা কৰিছোঁ। আজিও লাহৰীঘাট বিধান সভা সমষ্টিৰ […]

বৃহৎ যোগদান কাৰ্যসূচীত উপস্থিত থাকে চামগুৰি মণ্ডলৰ সভাপতি শ্ৰদ্ধাৰ Ariful Kalam ১৭০ নং বুথৰ সভাপতি  হাছান আলী , দলৰ বিভিন্ন দায়িত্বত থকা সন্মানীয় বিষয়ববীয়া আৰু দলীয় সতীৰ্থসকল।

🙏 বিজেপি পৰিয়াললৈ উষ্ম আদৰণি 🙏 📍 মোৱামাৰী গাঁও পঞ্চায়তৰ ১৭০ নং বুথ ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ, সবল নেতৃত্ব আৰু “সবকা সাথ, সবকা বিকাশ, সবকা […]

লখিমপুৰৰ চিয়াজুলী প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত সন্মিলনীৰ অন্তৰ্গত শিক্ষক শিক্ষয়িত্ৰী সকলৰ উচ্চ, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ চিয়াজুলি প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি সন্মিলনীৰ অন্তৰ্ভুক্ত শিক্ষক শিক্ষয়িত্ৰী সকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত […]

লখিমপুৰ বগীনদীৰ বিশিষ্ট লেখক সাহিত্যিক তথা নৈপৰীয়া কবি কলেশ্বৰ নৰহলৈ মানৱ সম্পদ বিকাশ মঞ্চৰ মানৱ দৰদী বটাঁ ।

লখিমপুৰ বগীনদীৰ এগৰাকী উদীয়মান লেখক সাহিত্যিক তথা নৈপৰীয়া কবি হিচাপে পৰিচিত শিক্ষক কলেশ্বৰ নৰহলৈ মানৱ সম্পদ বিকাশ মঞ্চই আগবঢ়াইছে মানৱ দৰদী বটাঁ। এই কথা শিক্ষক […]

নগাঁও লোকসভা সমষ্টিৰ শ্ৰদ্ধাৰ ৰাইজে সমাগত উপ-নিৰ্বাচনত এনডিএ মিত্ৰজোঁটৰ সৈতে থাকিব… আজি বিয়লি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভূৰবন্ধাত উপ-নিৰ্বাচনৰ এনডিএ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মা ডাঙৰীয়াৰ সমৰ্থনত অনুষ্ঠিত এক জনসভাত ৰাইজক সম্বোধন কৰোঁ। সভাত ৰাইজৰ অভূতপূৰ্ব উপস্থিতি আৰু ব্যাপক উৎসাহ-উদ্দীপনাই উপ-নিৰ্বাচনত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ বিজয়ৰ স্পষ্ট ইংগিত বহন কৰিছে। এনডিএ-ক দিয়া প্ৰতিটো ভোটেই উন্নয়নৰ পক্ষত দিয়া ভোট। সেয়েহে, অহা ৬ অক্টোবৰত প্ৰতিগৰাকী যোগ্য ভোটাৰক নিজৰ মূল্যৱান ভোট এনডিএ সমৰ্থিত প্ৰাৰ্থীগৰাকীৰ সপক্ষে প্ৰদান কৰি এনডিএ চৰকাৰৰ উন্নয়ন, প্ৰগতি আৰু সমৃদ্ধিৰ গৌৰৱময় যাত্ৰাৰ অংশীদাৰ হ’বলৈ আন্তৰিকতাৰে আহ্বান জনালোঁ। অগপৰ মৰিগাঁও জিলা সমিতিৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অগপৰ কাৰ্যকৰী সভাপতি তথা মাননীয় সতীৰ্থ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত ডাঙৰীয়া, অগপৰ জ্যেষ্ঠ নেতা তথা মাননীয় সাংসদ শ্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়া, অগপ আৰু বিজেপিৰ বিভিন্ন সাংগঠনিক স্তৰৰ জ্যেষ্ঠ বিষয়ববীয়া, কৰ্মকৰ্তা আৰু শুভাকাংক্ষীসকল তথা অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, দলৰ কৰ্মকৰ্তা, শুভাকাংক্ষীসকল উপস্থিত থাকে।

নগাঁও লোকসভা সমষ্টিৰ শ্ৰদ্ধাৰ ৰাইজে সমাগত উপ-নিৰ্বাচনত এনডিএ মিত্ৰজোঁটৰ সৈতে থাকিব…   আজি বিয়লি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভূৰবন্ধাত উপ-নিৰ্বাচনৰ এনডিএ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী শ্ৰী […]

নগাঁও লোকসভা সমষ্টিত এইবাৰ পৰিৱৰ্তনৰ বতাহে শক্তিশালী ৰূপ লৈছে। ভোটাৰ ৰাইজে নিজৰ সিদ্ধান্ত স্পষ্ট কৰিছে—তেওঁলোক এনডিএ মিত্ৰজোঁটৰ পক্ষত ঐক্যবদ্ধভাৱে থিয় দিছে।

  নগাঁও লোকসভা সমষ্টিত এইবাৰ পৰিৱৰ্তনৰ বতাহে শক্তিশালী ৰূপ লৈছে। ভোটাৰ ৰাইজে নিজৰ সিদ্ধান্ত স্পষ্ট কৰিছে—তেওঁলোক এনডিএ মিত্ৰজোঁটৰ পক্ষত ঐক্যবদ্ধভাৱে থিয় দিছে। আজি লাহৰীঘাট বিধানসভা […]

উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বহু কেইগৰাকী লোকে দলত যোগদান কৰে। সভাত মাননীয় বিধায়ক শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ উপস্থিত থাকে

আজি ৫৬ নং ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বুথ নং ১৬৪, চাপমাৰী মজলীয়া এম ভি স্কুল (পশ্চিম খণ্ড)ত আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ […]

আজি চামগুৰি মণ্ডল বিজেপিৰ উদ্যোগত কাছখাইটী খেলপথাৰত অনুষ্ঠিত বৃহৎ যোগদান কাৰ্যসূচী আৰু ৰাজহুৱা সভাত অংশগ্ৰহণ কৰোঁ।

আজি চামগুৰি মণ্ডল বিজেপিৰ উদ্যোগত কাছখাইটী খেলপথাৰত অনুষ্ঠিত বৃহৎ যোগদান কাৰ্যসূচী আৰু ৰাজহুৱা সভাত অংশগ্ৰহণ কৰোঁ। উক্ত সভাতে বিভিন্ন দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিৰ […]

৭৫ বছৰত ভৰি দিলে কে পি ৰোড দুৰ্গাপূজা সমিতি

প্ৰকৃতিৰ বুকুত’ থীমেৰে সজিব এইবাৰৰ বিশেষ পূজাৰ মণ্ডপ এইবাৰ ৭৫সংখ্যক বৰ্ষত ভৰি দিছে কে পি ৰোড দুৰ্গাপূজা সমিতিয়ে। ৰূপালী জয়ন্তীৰ পিছত এইবাৰ ৭৫ বছৰীয়া গৌৰৱময় […]

BP NEWS Live
Logo Wednesday, 30 September 2026
Login / Register